শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বৰঝাৰ বিমান বন্দৰৰ নতুন টাৰ্মিনেল মুকলি, ন-ৰূপত সজাই তোলা হৈছে এই টাৰ্মিনেল

বৰঝাৰ বিমান বন্দৰৰ অত্যাধুনিক ৰূপত নিৰ্মাণ কৰা নতুন টাৰ্মিনেল মুকলি। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে নতুন টাৰ্মিনেলটো। এই টাৰ্মিনেলৰ সুবিধা বছৰত প্ৰায় ১৩ নিযুত যাত্ৰীয়ে ল'ব পাৰিব। ভ্ৰমণৰ শীৰ্ষ সময়তো ৪,৩০০ ঘৰুৱা আৰু ২০০ আন্তৰ্জাতিক যাত্ৰীয়ে ভ্ৰমণ কৰিব পাৰিব।

barasha-misra
Barasha Misra | Published: 05 Feb 2025 15:22 PM
বৰঝাৰ বিমান বন্দৰৰ টাৰ্মিনেল উদ্ধোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন ৰূপত সজাই তোলা হৈছে। সৌন্দৰ্য বৃদ্ধি কৰি আটক ধুনীয়াকৈ নিৰ্মাণ কৰা প্ৰবেশ প্ৰস্থান পথে আকৰ্ষিত কৰিব প্ৰতিজন যাত্ৰীক।(Image Credit source: Social Media)

1 / 5
আগতে বিমানবন্দৰত প্ৰৱেশ দ্বাৰ ৮ খন আছিল আৰু এতিয়া ১৪ প্ৰৱেশ দ্বাৰ কৰা হৈছে।  অত্যাধুনিক ৰূপত নিৰ্মাণ কৰা হৈছে নতুন টাৰ্মিনেলটো। এডভাণ্টেজ আছাম ২.০ত অংশগ্ৰহণ কৰিবলৈ অহা অতিথিসকলে গুৱাহাটী বিমানবন্দৰত নামিয়েই এক বিশেষ অনুভৱ কৰিব পাৰে তাৰ লক্ষ্য চৰকাৰৰ। (Image Credit source: Social Media)

2 / 5
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰি কয়, এই নতুন আৰ্হিৰে নিৰ্মাণ কৰা টাৰ্মিনেলটোত কাম কৰাৰ অভ্যাস হোৱাৰ লগে লগে বিমানবন্দৰৰ বিষয়া-কৰ্মচাৰীসকলে নতুনকৈ নিৰ্মাণ কৰা টাৰ্মিনেলটোত কাম কৰাৰ সুবিধা পাব।(Image Credit source: Social Media)

3 / 5
যাত্ৰীসকলক আকৰ্ষণ কৰিবলৈ এই টাৰ্মিনেলৰ সন্মুখত এখন বাগিছাও নিৰ্মাণ কৰিছে। ইফালে ডিজি লকাৰ ব্যৱহাৰ কৰাসকলৰ ৪টা সুকীয়া প্ৰৱেশ পথ থাকিব। (Image Credit source: Social Media)

4 / 5
এই টাৰ্মিনেলটোৰ ৩য় অংশ চেপ্তেম্বৰ বা অক্টোবৰ মাহত মুকলি কৰা হ'ব। এই গোটেই কামখিনিৰ লগত জড়িত লোকসকলক ধন্যবাদ জনাই মুখ্যমন্ত্ৰীয়ে।(Image Credit source: Social Media)

5 / 5