5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বৰষুণৰ সময়ত আপুনিও কৰে নেকি এই কাম? সাৱধান, হ’ব পাৰে বিপদ!

বৰষুণৰ সময়ত ইলেক্ট্ৰনিক সামগ্ৰী ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত যথেষ্ঠ সাৱধান হ'ব লাগে। তিতা হাতেৰে এনে সামগ্ৰী চুলে বিপদজনক হৈ পৰে। ইয়াৰোপৰি বৰষুণ, বিজুলীৰ সময়ত ইয়াৰ পৰা সদায় দূৰতে থাকিব লাগে। নহ'লে বিদ্যুৎস্পৃষ্ট হোৱাৰ সম্ভাৱণা থাকে।

barasha-sarma
Barasha Sarma | Published: 17 Sep 2024 16:22 PM
তিতা হাতেৰে ইলেক্ট্ৰনিক যন্ত্ৰ স্পৰ্শ নকৰিব। হাত তিতি থাকিলে যদি ফোন, লেপটপ, চাৰ্জাৰ স্পৰ্শ কৰে তেন্তে বিপদ হব পাৰে। ইয়াৰ ফলত শ্বৰ্ট চাৰ্কিট আৰু বিদ্যুৎস্পৃষ্ট হ’ব পাৰে।

1 / 5
বাহিৰত বৈদ্যুতিক সামগ্ৰী চাৰ্জ  কৰিব নালাগে। ইয়াৰোপৰি বৰষুণৰ সময়ত মুকলি ঠাইত, বিশেষকৈ পানী পৰা ঠাইত বৈদ্যুতিক সামগ্ৰী চাৰ্জ দিয়াতো অত্যন্ত বিপদজনক। পানী আৰু বৈদ্যুতৰ সংস্পৰ্শ হোৱাৰ ফলত ডাঙৰ অঘটন ঘটিব পাৰে। ইয়াৰোপৰি বিজুলী- ঢেৰকনি দিয়াৰ সময়ত চাৰ্জ বন্ধ কৰি থৈ দিয়াতো ভাল। বৰষুণ থকা সময়ত চাৰ্জ দি ফোন বা অন্য বৈদ্যুতিক সামগ্ৰী ব্যৱহাৰ কৰাতোও বিপদজনক।

2 / 5
পুৰণি বা ভঙা সামগ্ৰী ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগে। পুৰণি বা চিঙা তাঁৰ থকা বৈদ্যুতিক যন্ত্ৰ বিশেষকৈ আৰ্দ্ৰতা আৰু পানীৰ সংস্পৰ্শলৈ আহিলে অধিক বিপজ্জনক হয়। গতিকে আপোনাৰ বৈদ্যুতিক সামগ্ৰীসমূহ ভালদৰে কাম কৰি আছে নে নাই সেয়া পৰীক্ষা কৰাতো দৰকাৰ।

3 / 5
যদি কোনো যন্ত্ৰৰ গ্ৰাউণ্ডিং সঠিক নহয়, তেন্তে বৰষুণৰ সময়ত বিদ্যুৎস্পৃষ্ট হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। গতিকে ঘৰৰ সকলো প্লাগ আৰু বৈদ্যুতিক সামগ্ৰী মাজে মাজে সময়ে পৰীক্ষা কৰি থকা দৰকাৰ। কেতিয়াবা প্লাগ বা কিছুমান যন্ত্ৰত বিসংগতি হৈ থাকিলে অতি সহজে মানুহ বিদ্যুৎস্পৃষ্ট হয়। বৰষুণ দি থকাত ই আৰু অতি বিপদজনত। বৰষুণৰ সময়ত টিভি আজি ব্যৱহাৰ কৰাও ঠিক নহয়।

4 / 5
বৰষুণৰ সময়ত হাই ভল্টেজ মেচিনৰ পৰা আঁতৰি থাকিব লাগে। বাৰিষাৰ দিনত সেয়ে সাৱধানে ৱাশ্বিং মেছিন, ফ্ৰীজ, এচি, ইনভাৰেটৰ আদি বৈদ্যুতিক সামগ্ৰী ব্যৱহাৰ কৰিব লাগে। ইয়াৰোপৰি পানী লাগি থকা হাত বা পানী লাগি থকা বস্তুৰে হাই ভল্টেজ মেচিন চুব নালাগে। বৰষুণৰ লগতে বিজুলী- ঢেৰেকনি দিয়াৰ সময়তো ই অতি বিপদজনক হৈ থাকে।

5 / 5
Follow Us
Latest Stories