যদি Vacation ত যোৱাৰ পৰিকল্পনা কৰিছে, তেন্তে ছাৰা টেণ্ডুলকাৰৰ ড্ৰেছৰ পৰা আইডিয়া লওক | If you want to get the perfect look on vacation, take inspiration from Sara Tendulkar's dresses Assam news - Assam Tv9

যদি Vacation ত যোৱাৰ পৰিকল্পনা কৰিছে, তেন্তে ছাৰা টেণ্ডুলকাৰৰ ড্ৰেছৰ পৰা আইডিয়া লওক

Published: 

20 Mar 2025 15:27 PM

ছাৰা টেণ্ডুলকাৰৰ পৰা অনুপ্ৰাণিত পোছাকে বন্ধৰ সময়ত ফুৰিবলৈ গ'লে আপোনাক ষ্টাইলিছ লুক দিয়াই নহয়, আৰামদায়কো অনুভৱ কৰাব। ভ্ৰমণৰ প্ৰতিটো মুহূৰ্তৰ বাবে ছাৰা টেণ্ডুলকাৰৰ পোছাকৰ পৰা প্ৰেৰণা ল’ব পাৰে।

1 / 5ছুটীৰ বাবে আপুনি ছাৰা টেণ্ডুলকাৰৰ দৰে ফুলি থকা হাতৰ হাই স্লিট ড্ৰেছ বাছি ল’ব পাৰে। য’ত সাধাৰণ প্ৰিন্ট বা ফুলৰ থাকিব। এই ধৰণৰ পোছাক যিকোনো সেউজীয়া স্থানৰ বাবে এক উত্তম পছন্দ।

ছুটীৰ বাবে আপুনি ছাৰা টেণ্ডুলকাৰৰ দৰে ফুলি থকা হাতৰ হাই স্লিট ড্ৰেছ বাছি ল’ব পাৰে। য’ত সাধাৰণ প্ৰিন্ট বা ফুলৰ থাকিব। এই ধৰণৰ পোছাক যিকোনো সেউজীয়া স্থানৰ বাবে এক উত্তম পছন্দ।

2 / 5

আপুনি ছাৰা টেণ্ডুলকাৰৰ দৰে দীঘল ষ্ট্ৰেপি ড্ৰেছ পিন্ধিব পাৰে। ইয়াৰ লগত নূন্যতম গহনা পিন্ধক। এই ধৰণৰ ড্ৰেছবোৰেৰে ফটো ধুনীয়া হয়। ভ্ৰমণৰ বাবে এয়াও উত্তম পোছাক।

3 / 5

ভ্ৰমণৰ সময়ত বজাৰ কৰিবলৈ গ'লে অতি আৰামদায়ক পোছাক এজোৰৰ প্ৰয়োজন। ইয়াৰ বাবে আপুনি ছাৰা টেণ্ডুলকাৰৰ পৰা অনুপ্ৰাণিত ডেনিম পোছাক পিন্ধিব পাৰে। ছাৰাই নীলা ৰঙৰ ৱাইড জিন্সৰ সৈতে মেচিং টপ পিন্ধিছে। ইয়াৰ সৈতে জোতাও আৰামদায়ক।

4 / 5

ছাৰা টেণ্ডুলকাৰৰ পৰা অনুপ্ৰাণিত এই ৰঙা ফ্লাইয়াৰ ড্ৰেছে ছুটীৰ সময়ত সাগৰৰ পাৰত যোৱাৰ বাবে উত্তম। এই ডিজাইন আৰু এনে ৰঙৰ পোছাকে আপোনাক ফটো উঠিলে আকৰ্ষণীয় ৰূপ দিব। লাইট মেকআপ লুক আৰু গ্লয়িং মেকআপ আপোনাৰ ষ্টাইলত যোগ দিব পাৰে।

5 / 5

যদি আপুনি এটা ষ্টাইলিছ আৰু ক্লাছি লুক বিচাৰে, তেন্তে আপোনাৰ ছুটীৰ সময়ত ছাৰা টেণ্ডুলকাৰৰ এই কেজুৱেল লুকটো সৃষ্টি কৰক। ছাৰাই পিন্ধিছে ক’লা ৰঙৰ টপ আৰু বেইজ ৰঙৰ বেল বটম পেণ্ট আৰু ক’লা বুট।

ধনৰ অভাৱ দূৰ কৰিবলৈ পাকঘৰত ৰাখক এই বস্তু, জানক সবিশেষ...
কৰমুক্ত IPLৰ পৰা কিদৰে ধন উপাৰ্জন কৰে চৰকাৰে?
ভাৰতৰ ১০০ টকাৰ মূল্য ইজৰাইলত কিমান হয়? শুনি হ'ব আচৰিত...
আইপিএলৰ ইতিহাসত সৰ্বাধিক শূন্যত আউট হোৱা খেলুৱৈজন কোন জানেনে ?