শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিষাক্ত সাপে খোঁটা মহিলাই জন্ম দিলে সন্তান, ঘটনাটো জানি আচৰিত হ’ব আপুনি!

শিৱসাগৰৰ ৰাজমাইত সংঘটিত হৈছে আচৰিত ঘটনা। বিষাক্ত সাপে দংশন কৰাৰ পিছতো প্ৰসূতিয়ে জন্ম দিলে সন্তান।

barasha-misra
Barasha Misra | Published: 05 Mar 2025 21:08 PM
চিকিৎসা বিজ্ঞানৰ মতে বিষাক্ত সাপে গৰ্ভৱতী মহিলাক দংশন কৰিলে নষ্ট হয় ভ্ৰুণ। কিন্তু শিৱসাগৰৰ ৰাজমাইত অতি বিষাক্ত সাপে দংশন কৰাৰ পাছতো এগৰাকী প্ৰসূতীয়ে জন্ম দিলে সুস্থ সন্তান।

1 / 5
ৰূপা ঘাছী নামৰ গৰ্ভৱতী মহিলা গৰাকীক অতি বিষাক্ত ক'লা শংখচূড় সাপে দংশন কৰিছিল। সন্তান জন্মৰ পিছত সম্পূৰ্ণ সুস্থ অৱস্থাত আছে প্ৰসূতি মাতৃ গৰাকীয়ো।

2 / 5
সৰ্প বিশেষজ্ঞ ডা: সুৰজিৎ গিৰিসহ আন স্বাস্থ্যকৰ্মীৰ প্ৰচেষ্টাত এই অসম্ভৱকো সম্ভৱ কৰি তুলিছে। সাপে দংশন কৰাৰ পাছতো এগৰাকী প্ৰসূতীয়ে সুস্থ সন্তান জন্ম দিবলৈ সক্ষম হোৱা ঘটনাই এতিয়া আশাৰ বতৰা কঢ়িয়াই আনিছে।

3 / 5
বিশ্বৰ ভিতৰতে এই ঘটনা বিৰল। ক'লা শংখচূড় সাপে দংশন কৰিছিল মহিলাগৰাকীক। এই সাপে দিন আৰু ৰাতি পৃথক আচৰণ প্ৰদৰ্শন কৰে। দিনত ই লেহেমীয়া আৰু সাধাৰণতে নম্ৰ। প্ৰায়ে নিগনিৰ গাঁত, ঢিলা মাটি বা ধ্বংসাৱশেষৰ তলত লুকাই থাকে, গতিকে ইয়াক খুব কমেইহে দেখা যায়।

4 / 5
কিন্তু এই অসম্ভৱকো সম্ভৱ কৰি দেখুৱালে চিকিত। ডিমৌ গ্ৰাম্য  চিকিৎসালয়ত কৰ্মৰত সংজ্ঞাহাৰক বিশেষজ্ঞ , সৰ্প বিশেষজ্ঞ ডা: সুৰজিৎ গিৰিসহ একাংশ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীয়ে।

5 / 5