Independence day 2024 : ঘৰতে বহি শিশুসকলক শিকাওক ৰংগোলীৰ এই ডিজাইন | Independence day 2024 RANGOLI DESIGN FOR SCHOOL STUDENTS Assam news - Assam Tv9

Independence day 2024 : ঘৰতে বহি শিশুসকলক শিকাওক ৰংগোলীৰ এই ডিজাইন

Published: 

14 Aug 2024 22:59 PM

কাইলৈ স্বাধীনতা দিৱস। এই দিনটো দেশৰ প্ৰতিটো প্ৰান্ততে পালন কৰা হয়। এই দিনটো বিদ্যালয়সমূহত বিভিন্ন ধৰণৰ প্ৰতিযোগিতাও হয়। বহুতে বিদ্যালয় চৌহদত ৰংগোলী আঁকি ভাল পায়। এই কেইটা ডিজাইনেৰেও আপুনি আঁকিব পাৰে ৰংগোলী।

1 / 5আপোনাৰ

আপোনাৰ সন্তানে যদি ছবি আঁকি ভাল পাই, তেন্তে ময়ুৰৰ ডিজাইনৰ ৰংগোলী বনাব পাৰে। এনে ৰংগোলীও দেখিবলৈ ধুনীয়া।

2 / 5

শিশুসকলক ১৫ আগষ্টৰ বাবে এই ধৰণৰ ৰংগোলীও শিশুই বনাব পাৰে। এটা বৰ্গ বনাই লব লাগে আৰু পাছত ডিজাইন কৰিব পাৰে। ই অতি সহজ।

3 / 5

সকলোতকৈ সহজ ৰংগোলী। জাতীয় পতাকাৰ ৰং কেইটাৰ ওপৰত শিশুয়ে ধুনীয়াকৈ ইণ্ডিয়া বুলি লিখিব পাৰে।

4 / 5

আপুনি আপোনাৰ সন্তানক Welcome Rangoli বনাবলৈ শিকাব পাৰে। বিশেষ অতিথিক আদৰিবলৈ বিদ্যালয়ৰ গেটত এই ধৰণৰ ৰঙালী তৈয়াৰ কৰা হয়। শিশুসকলে অতি সহজে এই ৰংগোলী আঁকিব পাৰে।

5 / 5

ৰঙৰ সলনি ফুলেৰে ৰংগোলী বনাবলৈ শিকাব পাৰে। ইয়াৰ সহায়ত শিশুয়ে অতি সহজে ৰংগোলী আঁকিব পাৰে।

Follow Us On
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version