Independence day 2024 : ঘৰতে বহি শিশুসকলক শিকাওক ৰংগোলীৰ এই ডিজাইন | Independence day 2024 RANGOLI DESIGN FOR SCHOOL STUDENTS Assam news - Assam Tv9

Independence day 2024 : ঘৰতে বহি শিশুসকলক শিকাওক ৰংগোলীৰ এই ডিজাইন

Published: 

14 Aug 2024 22:59 PM

কাইলৈ স্বাধীনতা দিৱস। এই দিনটো দেশৰ প্ৰতিটো প্ৰান্ততে পালন কৰা হয়। এই দিনটো বিদ্যালয়সমূহত বিভিন্ন ধৰণৰ প্ৰতিযোগিতাও হয়। বহুতে বিদ্যালয় চৌহদত ৰংগোলী আঁকি ভাল পায়। এই কেইটা ডিজাইনেৰেও আপুনি আঁকিব পাৰে ৰংগোলী।

1 / 5আপোনাৰ

আপোনাৰ সন্তানে যদি ছবি আঁকি ভাল পাই, তেন্তে ময়ুৰৰ ডিজাইনৰ ৰংগোলী বনাব পাৰে। এনে ৰংগোলীও দেখিবলৈ ধুনীয়া।

2 / 5

শিশুসকলক ১৫ আগষ্টৰ বাবে এই ধৰণৰ ৰংগোলীও শিশুই বনাব পাৰে। এটা বৰ্গ বনাই লব লাগে আৰু পাছত ডিজাইন কৰিব পাৰে। ই অতি সহজ।

3 / 5

সকলোতকৈ সহজ ৰংগোলী। জাতীয় পতাকাৰ ৰং কেইটাৰ ওপৰত শিশুয়ে ধুনীয়াকৈ ইণ্ডিয়া বুলি লিখিব পাৰে।

4 / 5

আপুনি আপোনাৰ সন্তানক Welcome Rangoli বনাবলৈ শিকাব পাৰে। বিশেষ অতিথিক আদৰিবলৈ বিদ্যালয়ৰ গেটত এই ধৰণৰ ৰঙালী তৈয়াৰ কৰা হয়। শিশুসকলে অতি সহজে এই ৰংগোলী আঁকিব পাৰে।

5 / 5

ৰঙৰ সলনি ফুলেৰে ৰংগোলী বনাবলৈ শিকাব পাৰে। ইয়াৰ সহায়ত শিশুয়ে অতি সহজে ৰংগোলী আঁকিব পাৰে।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস