5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Indian Cricket Team: হাতত বিশ্বকাপৰ ট্ৰফী লৈ দিল্লীত উপস্থিত ভাৰতীয় ক্ৰিকেট দল…

টি-২০ বিশ্বকাপত জয়লাভ কৰাৰ পাছত বৃহস্পতিবাৰে দেশত উপস্থিত হয় ইণ্ডিয়ান ক্ৰিকেট টীমটোয়ে। আজি পুৱা আটাইকেইজন উপস্থিত হয় ৰাজধানী দিল্লীত। বিভিন্নজনে দিল্লী বিমান বন্দৰত তেওঁলোকক আদৰণি জনায়।

barasha-sarma
Barasha Sarma | Published: 04 Jul 2024 08:52 AM
বিশ্বত ভাৰতৰ নাম উজ্বলাই টি-২০ বিশ্বকাপ, ২০২৪ ত জয় লাভ কৰে ভাৰতে। এই জয়ৰ পাছতে আজি দেশত প্ৰৱেশ কৰে ভাৰতীয় ক্ৰিকেট দলটোয়ে। পুৱা দিল্লীৰ বিমান বন্দৰত উপস্থিত হয় আটাইকেইজন খেলুৱৈ।

1 / 5
খেলুৱৈসকলে বিমান বন্দৰৰ পৰা পোনে পোনে ৰাওনা হয় আইটিতি মৌৰ্য হোটেললৈ। আজি দিনৰ ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব আটাইকেইজন খেলুৱৈয়ে। দিল্লীত প্ৰৱেশ কৰাৰ লগে লগে তেওঁলোকক অনুৰাগীসকলে উষ্ম আদৰণি জনায়।

2 / 5
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ পাছত দলটো মুম্বাইলৈ ৰাওনা হ'ব। সন্ধিয়া মুম্বাইৰ এনচিপিএ নৰিমান পইণ্টৰ পৰা ভাৰতীয় ক্ৰিকেট দলৰ বিজয় পেৰেড  ৱানখেড়ে ষ্টেডিয়ামলৈ লৈ যোৱা হ’ব।

3 / 5
ভাৰতীয় ক্ৰিকেট দলটোৰ বাবে মৌৰ্য হোটেলতো কৰিছে আদৰণিৰ বিশেষ ব্যৱস্থা। বিশ্বকাপৰ ট্ৰফীৰ প্ৰতীকৰ সৈতে বিভিন্ন খেলুৱৈৰ ফটো সম্বলিত এটা কেক তৈয়াৰ কৰিছে হোটেল কৰ্তৃপক্ষই।

4 / 5
উল্লেখ্য যে, ২৯ জুনত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ বিজয় খিতাপ দখল কৰিছিল ভাৰতীয় ক্ৰিকেট দলটোয়ে। এই খেলত ৭ ৰাণত জয়লাভ কৰিছিল ভাৰতে। ১৭ বছৰ পাছত ভাৰতে টি-২০ বিশ্বকাপত বিজয়ৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল।

5 / 5
Latest Stories