IPL 2025: ১৫টা বলত ২৫ ৰান কৰি আউট হ’ল ৰিয়ান পৰাগ…
IPL 2025: আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হৈছে RR vs KKR ৰ খেল। এই মেচত মাত্ৰ ২৫ ৰান কৰিলে আউট হয় ৰিয়ান পৰাগ। বৰ্তমান চলি আছে এই মেচ।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5