Iron Deficiency Symptoms: শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমি গ’লে কেনেকৈ বুজিব? ইয়াৰ প্ৰতিকাৰ জানি লওক
Iron Deficiency Symptoms: শৰীৰত আইৰণৰ অভাৱ মানে হিম’গ্লবিনৰ মাত্ৰা কম। আৰু যেতিয়া হিম’গ্লবিন কমি যায় তেতিয়া শৰীৰৰ বিভিন্ন অংশত অক্সিজেন পোৱাত বাধা সৃষ্টি হয়। ফলত সদায় দুৰ্বলতা আৰু ভাগৰুৱা অনুভৱ হয়। তদুপৰি বিভিন্ন ৰোগে শৰীৰত শিপাই যায়। দুই এটা সাধাৰণ খাদ্যৰ দ্বাৰা আইৰণৰ অভাৱ পূৰণ কৰিব পাৰি।

1 / 8

2 / 8

3 / 8

4 / 8

5 / 8

6 / 8

7 / 8

8 / 8