5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Janmashtami 2024: ফুলৰ দ্বাৰা তৈয়াৰ কৰক এই ডিজাইন, চালে চকু ৰোৱা হৈ পৰিব আপোনাৰ ঘৰ…

Janmashtami 2024: আজি কৃষ্ণৰ জন্মাষ্টমী। দেশৰ বিভিন্ন প্ৰান্তত আজি কৃষ্ণৰ জন্ম উৎসৱ পালন কৰা হয়।হিন্দু ধৰ্মত জন্মাষ্টমীৰ বিশেষ মান্যতা আছে। আজিৰ দিনটোত আপুনি আপোনাৰ ঘৰ এনেদৰে ফুলেৰে সজাব পাৰে।

barasha-sarma
Barasha Sarma | Updated On: 26 Aug 2024 09:53 AM
জন্মাষ্টমী উপলক্ষে আপুনি এই ৰংগোলী ডিজাইন বনাব পাৰে। প্ৰথম মাজত ফুল দি বৃত্ত এটা বনাই তাৰ চাৰিওফালে পাতৰ আকৃতিৰ ডিজাইন বনাব পাৰে। মাজে মাজে ৰংগোলীৰ বাবে ৰং ব্যৱহাৰো কৰিব পাৰে। মাজত এগচি বন্তি জ্বলাই দিব পাৰে।

1 / 5
ফুল ব্যৱহাৰ কৰি এই ডিজাইনৰো  এটা ধুনীয়া ৰংগোলী বনাব পাৰি। লগতে তাৰ চাৰিওফালে সুমথিৰা পাত বা অন্য গছৰ পাত ৰাখি ডিজাইন বনাব পাৰে। ৰংগোলীৰ মাজত চাকি জ্বলাই দিব।

2 / 5
মাত্ৰ দুই প্ৰকাৰৰ ৰঙীন ফুল ব্যৱহাৰ কৰিও ৰংগোলী বনাব পাৰি। ইয়াৰ বাবে নাৰ্জি আৰু গোলাপৰ পাহি ৰংগোলী বনাব পাৰে। ফটোত দেখা ধৰণে এটা সুন্দৰ ডিজাইন প্ৰস্তুত কৰিব পাৰে।

3 / 5
ফুলেৰে ৰংগোলী তৈয়াৰ কৰা অতি সহজ আৰু ই ধুনীয়া হয়। ফটোত দেখা ধৰণৰ ডিজাইন বনাব পাৰে। মাজত সৰু ফুল দি কাষত ডাঙৰ আকৃতিৰ ফুল দিব পাৰে। হাৰ্ট আকৃতিৰ  ডিজাইন দিলে খুব সুন্দৰ দেখিব।

4 / 5
ৰংগোলীৰ এই ডিজাইন অতি সহজ। প্ৰথমে ৬-৭ টা বৃত্ত বনাওক আৰু পাছত ভিন্ন আকৃতিৰ ফুলেৰে সজাই দিয়ক। অতি কম সময়ৰ ভিতৰতে এটা ধুনীয়া ৰংগোলী তৈয়াৰ হ'ব।

5 / 5
Latest Stories