Janmashtami 2024: ফুলৰ দ্বাৰা তৈয়াৰ কৰক এই ডিজাইন, চালে চকু ৰোৱা হৈ পৰিব আপোনাৰ ঘৰ... | Janmashtami 2024 rangoli design for your house welcome krishna Assam news - Assam Tv9

Janmashtami 2024: ফুলৰ দ্বাৰা তৈয়াৰ কৰক এই ডিজাইন, চালে চকু ৰোৱা হৈ পৰিব আপোনাৰ ঘৰ…

Updated On: 

26 Aug 2024 09:53 AM

Janmashtami 2024: আজি কৃষ্ণৰ জন্মাষ্টমী। দেশৰ বিভিন্ন প্ৰান্তত আজি কৃষ্ণৰ জন্ম উৎসৱ পালন কৰা হয়।হিন্দু ধৰ্মত জন্মাষ্টমীৰ বিশেষ মান্যতা আছে। আজিৰ দিনটোত আপুনি আপোনাৰ ঘৰ এনেদৰে ফুলেৰে সজাব পাৰে।

1 / 5জন্মাষ্টমী

জন্মাষ্টমী উপলক্ষে আপুনি এই ৰংগোলী ডিজাইন বনাব পাৰে। প্ৰথম মাজত ফুল দি বৃত্ত এটা বনাই তাৰ চাৰিওফালে পাতৰ আকৃতিৰ ডিজাইন বনাব পাৰে। মাজে মাজে ৰংগোলীৰ বাবে ৰং ব্যৱহাৰো কৰিব পাৰে। মাজত এগচি বন্তি জ্বলাই দিব পাৰে।

2 / 5

ফুল ব্যৱহাৰ কৰি এই ডিজাইনৰো এটা ধুনীয়া ৰংগোলী বনাব পাৰি। লগতে তাৰ চাৰিওফালে সুমথিৰা পাত বা অন্য গছৰ পাত ৰাখি ডিজাইন বনাব পাৰে। ৰংগোলীৰ মাজত চাকি জ্বলাই দিব।

3 / 5

মাত্ৰ দুই প্ৰকাৰৰ ৰঙীন ফুল ব্যৱহাৰ কৰিও ৰংগোলী বনাব পাৰি। ইয়াৰ বাবে নাৰ্জি আৰু গোলাপৰ পাহি ৰংগোলী বনাব পাৰে। ফটোত দেখা ধৰণে এটা সুন্দৰ ডিজাইন প্ৰস্তুত কৰিব পাৰে।

4 / 5

ফুলেৰে ৰংগোলী তৈয়াৰ কৰা অতি সহজ আৰু ই ধুনীয়া হয়। ফটোত দেখা ধৰণৰ ডিজাইন বনাব পাৰে। মাজত সৰু ফুল দি কাষত ডাঙৰ আকৃতিৰ ফুল দিব পাৰে। হাৰ্ট আকৃতিৰ ডিজাইন দিলে খুব সুন্দৰ দেখিব।

5 / 5

ৰংগোলীৰ এই ডিজাইন অতি সহজ। প্ৰথমে ৬-৭ টা বৃত্ত বনাওক আৰু পাছত ভিন্ন আকৃতিৰ ফুলেৰে সজাই দিয়ক। অতি কম সময়ৰ ভিতৰতে এটা ধুনীয়া ৰংগোলী তৈয়াৰ হ'ব।

Follow Us On
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version