5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Jio Diwali Dhamaka Offer: গ্ৰাহকলৈ দেৱালীৰ আকৰ্ষণীয় অফাৰ জিঅ’ৰঃ লাভ কৰিব ৩৩৫০ টকাৰ বিনামূলীয়া সুবিধা

পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত আৰু মাত্ৰ কেইটামান দিন। দেৱালীৰ উপলক্ষে টেলিকম কোম্পানী Reliance Jio- আগবঢ়াইছে এক বৃ্হৎ দীপাৱলী ধামাকা অফাৰ। এই অফাৰৰ অধীনত জিঅ’ই গ্ৰাহকসকলক ৩৩৫০ টকাৰ বিনামূলীয়া সুবিধা প্ৰদান কৰিছে। এই অফাৰৰ সুবিধা কেনেদৰে লাভ কৰিব চাওক।

monjit-dutta
Monjit Dutta | Published: 26 Oct 2024 10:26 AM
ৰিলায়েন্স জিঅ’ৰ এই দীপাৱলী ধামাকা অফাৰ ৯০ দিন আৰু ৩৬৫ দিনৰ জিঅ’ প্লেনৰ সৈতে দিয়া হৈছে। এই অফাৰৰ অধীনত গ্ৰাহকসকলে ৮৯৯ প্লেন আৰু জিঅ’ ৩৫৯৯ প্লেনৰ সৈতে ৩৩৫০ টকাৰ বিনামূলীয়া সুবিধা সুবিধা লাভ কৰিব।

1 / 5
এই দুয়োটা প্লেনত ৩,০০০ টকাৰ EaseMyTrip, ২০০ টকাৰ AJIO আৰু ১৫০ টকাৰ Swiggy ভাউচাৰ দিয়া হৈছে। বিমান আৰু হোটেল বুকিঙৰ বাবে EaseMyTripৰ ৩ হাজাৰ টকাৰ ভাউচাৰ ব্যৱহাৰ কৰিব পাৰিব। AJIO ৰ পৰা নতুন কাপোৰ কিনাৰ সময়ত ২০০ টকাৰ ভাউচাৰ ব্যৱহাৰ কৰিব পাৰিব। আনহাতে Swiggyৰ পৰা খাদ্য অৰ্ডাৰ কৰোঁতে ব্যৱহাৰ কৰিব পাৰিব ১৫০ টকাৰ কুপন।

2 / 5
৮৯৯ টকাৰ এই প্লেনত গ্ৰাহকসকলে ট্ৰু আনলিমিটেড ৫জি ডাটা, প্ৰতিদিনে ১০০ এছএমএছ, ফ্ৰী কলিং, প্ৰতিদিনে ২ জিবি ডাটা আৰু ৯০ দিনৰ বৈধতাৰে ২০ জিবি অতিৰিক্ত ডাটা লাভ কৰিব।

3 / 5
৩৫৯৯ টকাৰ প্লেনৰ জৰিয়তে গ্ৰাহকে লাভ কৰিব ২.৫ জিবি ডাটা, আনলিমিটেড কলিং, প্ৰতিদিনে ১০০ বিনামূলীয়া এছএমএছ। এই প্লেনৰ বৈধতা হ’ব ৩৬৫ দিনৰ। দুয়োটা প্ৰিপেইড প্লেনৰ জৰিয়তে গ্ৰাহকসকলে জিঅ’ চিনেমা, জিঅ’ টিভি আৰু জিঅ’ ক্লাউডৰ বিনামূলীয়া সুবিধাও লাভ কৰিব।

4 / 5
এই প্লেনেৰে ৰিচাৰ্জ কৰাৰ পিছত MyJio এপ খুলি My Offers section লৈ গৈ My Winnings option ত ক্লিক কৰক। ইয়াত আপুনি তিনিওটা কোম্পানীৰে ভাউচাৰ ক’ড দেখা পাব আৰু এই ক’ড কপি কৰি ব্যৱহাৰ কৰিব পাৰিব।

5 / 5
Latest Stories