'পুৰণি টকা চলে নেকি?' কিয় কৰিমগঞ্জৰ জনতাক এই প্ৰশ্ন সুধিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই Assam news - Assam Tv9

‘পুৰণি টকা চলে নেকি?’ কিয় কৰিমগঞ্জৰ জনতাক এই প্ৰশ্ন সুধিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

Published: 

18 Apr 2024 17:49 PM

কংগ্ৰেছক কটাক্ষ কৰি ক'লে- অসমত ১০০ বছৰলৈ কংগ্ৰেছ নাহে এয়া হিমন্তৰ গেৰান্টী।

1 / 5কৰিমগঞ্জৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশাল নিৰ্বাচনী সভা। কৰিমগঞ্জৰ প্ৰাৰ্থী কৃপানাথ মাল্লাৰ হৈ প্ৰচাৰ মুখ্যমন্ত্ৰীৰ |

কৰিমগঞ্জৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশাল নিৰ্বাচনী সভা। কৰিমগঞ্জৰ প্ৰাৰ্থী কৃপানাথ মাল্লাৰ হৈ প্ৰচাৰ মুখ্যমন্ত্ৰীৰ |

2 / 5

নিৰ্বাচনী প্ৰচাৰৰ মাজত মুখ্যমন্ত্ৰীয়ে ক'লে- দিল্লীত মোদী আৰু দিছপুৰত মামা, গতিকে কংগ্ৰেছক ভোট দি কি লাভ হ'ব।

3 / 5

মুখ্যমন্ত্ৰীৰ মতে, কংগ্ৰেছৰ দিল্লীটো চৰকাৰ নাই আৰু দিছপুৰতো চৰকাৰ নাই। যদি কৰিমগঞ্জত কৃপানাথ মাল্লা বিজয়ী হয় তেন্তে প্ৰধানমন্ত্ৰীৰ লগত বহিব। এতিয়া ৰাহুল গান্ধীৰ চিট আছে ৪০টা তাৰ বিপৰীতে মোদীৰ লগত চিট আছে ৪০০টা।

4 / 5

কংগ্ৰেছক কটাক্ষ কৰি ক'লে- অসমত ১০০ বছৰলৈ কংগ্ৰেছ নাহে এয়া হিমন্তৰ গেৰান্টী।

5 / 5

আনহাতে ক'লে- যোৱা বছৰ নিৰ্বাচনত অৰুণোদয়ৰ কথা কৈছিলোঁ কিন্তু বিশ্বাস কৰা নাছিল এতিয়া মহিলাৰ একাউন্টত ১২৫০টকা সোমাই। আমি প্ৰতিখকন ঘৰতে অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিছোঁ।

লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?