শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Happy Kiss Day 2025 Wishes: প্ৰিয়জনৰ মৰম পাবলৈ এইদৰে দিয়ক ৰোমান্টিক শুভেচ্ছা বাৰ্তা

১৪ তাৰিখে ভেলেণ্টাইন ডে’। এই দিনটোত প্ৰেমিক-প্ৰেমিকাসকলে ইজনে সিজনৰ দিনটোক বিশেষ কৰি তোলাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰে। আজি Kiss Day,কেৱল উপহাৰেৰে নহয়, ৰোমান্টিক শুভেচ্ছা বাৰ্তাৰে সংগীক অনুভৱ কৰাওক বিশেষ।

barasha-misra
Barasha Misra | Published: 13 Feb 2025 05:00 AM
আজি চুম্বন দিৱস। প্ৰতি বছৰে ১৩ ফেব্ৰুৱাৰীত অৰ্থাৎ ভেলেণ্টাইন ডে’ৰ ঠিক এদিন আগতে Kiss Day পালন কৰা হয়। প্ৰেমিক-প্ৰেমিকাৰ মাজত থকা গভীৰ প্ৰেম, ঘনিষ্ঠতা আৰু বিশ্বাসৰ প্ৰতিফলন ঘটে। এই দিনটোৱে কেৱল সম্পৰ্কক মজবুত কৰাই নহয়, এক আৱেগিক বন্ধনৰ সৃষ্টি কৰে।

1 / 5
চুম্বন কেৱল ৰোমান্টিক ইংগিত নহয়, ই প্ৰেম, নিৰাপত্তা আৰু বিশ্বাসৰ অনুভূতিও শক্তিশালী কৰে। এই দিনটোত আপোনাৰ সংগীৰ প্ৰতি থকা অনুভৱবোৰ শব্দ নোহোৱাকৈ প্ৰকাশ কৰাৰ সুযোগ পোৱা যায়।

2 / 5
এই চুম্বন দিৱসত প্ৰিয়জনৰ মৰম পাবলৈ উল্লেখ কৰা ধৰণেৰে দিয়ক ৰোমান্টিক শুভেচ্ছা বাৰ্তা- ১. আপুনি একো ক'বলৈ নালগে বা ময়ো নকও, আপুনি নীৰৱ হৈ থাকিব আৰু ময়ো নীৰৱ হৈ থাকিম,মাথোঁ এটা মিঠা চুমা ভাগ বতৰা কৰিম।

3 / 5
২. চুম্বনৰ কোনো ভাষা নাই, চুম্বনৰ কোনো জাতি নাই... আজি এটি চুমাই জীপাল কৰি তুলিব আমাৰ সন্ধিয়া

4 / 5
৩. তোমালৈ বুলি মৰম, সাঁচি ৰাখিছোঁ বহু দিন ধৰি...এটি চুমাৰে মৰম উপচাই দিম হিয়া উজাৰি

5 / 5