5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ক্ৰয় কৰিব খুজিছে নেকি স্মাৰ্টফোন? চাওক বজাৰলৈ অহা দুই নতুন স্মাৰ্টফোন..

নতুন স্মাৰ্টফোন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে আৰু কেইদিনমান অপেক্ষা কৰক, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব Moto G04s আৰু Nothing Phone 2a Special Edition ৰ বিক্ৰী। যদি আপুনি এই নতুন ফোন দুটাৰ কোনো এটা ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে বিক্ৰী আৰম্ভ হোৱাৰ পূৰ্বে ফোন দুটাৰ বিষয়ে চাওক।

monjit-dutta
Monjit Dutta | Published: 01 Jun 2024 18:06 PM
শেহতীয়াকৈ ভাৰতৰ বজাৰত দুটা শেহতীয়া স্মাৰ্টফোন মুকলি কৰা হৈছে। অহা সপ্তাহৰ পৰা Moto G04s আৰু Nothing Phone 2a Special Editionৰ বিক্ৰী আৰম্ভ হ’ব।

1 / 5
Moto G04s মূল্যঃ এই মটৰ’লা ফোনটোৰ 4GB RAM/64GB ষ্ট’ৰেজ ভেৰিয়েন্টৰ মূল্য ৬,৯৯৯ টকা। ৫ জুনত দুপৰীয়া ১২ বজাৰ পৰা ফ্লিপকাৰ্টত এই ফোনটোৰ বিক্ৰী আৰম্ভ হ’ব।

2 / 5
Moto G04sৰ সুবিধাঃ ফোনটোত থাকিব 6.56 ইঞ্চি HD Plus ডিছপ্লে আৰু 90 Hz ৰিফ্ৰেছ ৰেট সমৰ্থনৰ সৈতে Unisoc T606 প্ৰচেছৰ। ফোনটোত 4GB ভাৰ্চুৱেল ৰেম, 50MP ৰিয়াৰ কেমেৰা চেন্সৰ আৰু 5000mAh বেটাৰী দিয়া হৈছে।

3 / 5
Nothing Phone 2a Special Edition মূল্যঃ Nothing Phone ৰ এই বিশেষ সংস্কৰণ মডেলৰ মূল্য ২৭,৯৯৯ টকা। এই মূল্যত উপলব্ধ হ’ব 12GB/256GB ষ্ট’ৰেজ ভেৰিয়েন্ট। ৫ জুনত সন্ধিয়া ৫ বজাৰ পৰা ফ্লিপকাৰ্টত এই ফোনটোৰ বিক্ৰী আৰম্ভ হ’ব।

4 / 5
Nothing Phone 2a Special Editionৰ সুবিধাসমূহঃ ফোনটোত 6.7 ইঞ্চি ফুল-এইচডি প্লাছ AMOLED ডিছপ্লে, 120 Hz ৰিফ্ৰেছ ৰেট সমৰ্থন আৰু MediaTek Dimension 7200 Pro প্ৰচেছৰ ব্যৱহাৰ কৰা হৈছে। 50MP ডুৱেল ৰিয়াৰ কেমেৰা ছেটআপ আৰু 45W ফাষ্ট চাৰ্জিং সুবিধাৰ লগতে 5000mAh বেটাৰী থাকিব।

5 / 5
Latest Stories