ক্ৰয় কৰিব খুজিছে নেকি স্মাৰ্টফোন? চাওক বজাৰলৈ অহা দুই নতুন স্মাৰ্টফোন..
নতুন স্মাৰ্টফোন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে আৰু কেইদিনমান অপেক্ষা কৰক, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব Moto G04s আৰু Nothing Phone 2a Special Edition ৰ বিক্ৰী। যদি আপুনি এই নতুন ফোন দুটাৰ কোনো এটা ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে বিক্ৰী আৰম্ভ হোৱাৰ পূৰ্বে ফোন দুটাৰ বিষয়ে চাওক।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5