5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

গুৱাহাটীত হ্রাস পালে সুৰাৰ বিক্ৰী! ৩১ ডিচেম্বৰত কিমান ৰাজহ সংগ্ৰহ কৰিলে আবকাৰী বিভাগে?

প্ৰতিবছৰে নৱবৰ্ষ উপলক্ষে গুৱাহাটীত সুৰাপায়ীয়ে অভিলেখ গঢ়া দেখা যায়। কিন্তু এইবাৰ আহিল অনাকাংশিত খবৰটো। গুৱাহাটীত হ্রাস পালে সুৰাৰ বিক্ৰী।

trishna-kalita
Trishna Kalita | Updated On: 02 Jan 2025 16:16 PM
গুৱাহাটীবাসীয়ে ধুমধামেৰে উদযাপন কৰিলে নৱবৰ্ষ। কিন্তু ইয়াৰ পাছতে আহিল এটা অনাকাংশিত খবৰ। গুৱাহাটীত হ্রাস পালে সুৰাৰ বিক্ৰী।

1 / 5
প্ৰতিবছৰে নৱবৰ্ষ উপলক্ষে গুৱাহাটীত সুৰাপায়ীয়ে অভিলেখ গঢ়া দেখা যায়।  ২০২৩ বৰ্ষৰ ৩১ ডিচেম্বৰত  গুৱাহাটীত প্রায় ৮ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল।

2 / 5
এইবাৰ ৩১ ডিচেম্বৰত গুৱাহাটীত বিক্রী হ'ল ৬.২ কোটি টকাৰ সুৰা। মহানগৰৰ আবকাৰী বিভাগে প্ৰকাশ কৰিলে এই তথ্য।

3 / 5
এইবাৰ সুৰাৰ পৰা ২.৫ কোটি টকাৰ ৰাজহ সংগ্ৰহ আবকাৰী বিভাগৰ। মহানগৰীৰ ৱাইন শ্বপ-বাৰত ৫০ শতাংশলৈ হ্রাস হৈছে গ্রাহকৰ সংখ্যা।

4 / 5
ইফালে সুৰা বিক্ৰীৰ সমান্তৰালকৈ গুৱাহাটীত হ্রাস পালে দুর্ঘটনাও। ৩১ ডিচেম্বৰৰ নিশা গুৱাহাটীত এটাও দুর্ঘটনা সংঘটিত নোহোৱাৰ দাবী মুখ্যমন্ত্ৰীৰ। এই সময়চোৱাত আৰক্ষীৰ লগতে আবকাৰী বিভাগত অধিক সজাগ হোৱাৰ নিৰ্দেশ দিছিল ড০ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

5 / 5
Latest Stories