শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ৰে’ল যাত্ৰাত কেতিয়াবা সুৰংগ পাৰ হৈছে নে? চাওক বিশ্বৰ দীৰ্ঘতম ৫টা দীৰ্ঘতম ৰে’ল সুৰংগ

ভাৰতত আটাইতকৈ সহজলভ্য আৰু ব্যৱহৃত পৰিবহণ ব্যৱস্থা হিচাপে ৰে’লৱেই বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। ৰে’ল যাত্ৰাৰ সময়ত কিছুমান ৰে’লপথত সুৰংগৰ অৱস্থিতি দেখা যায়। এই সুৰংগসমূহৰ মাজেৰে ৰে’লখন পাৰ হোৱাৰ সময়ত বিশেষ অভিজ্ঞতা লাভ কৰে যাত্ৰীসকলে। পিছে বিশ্বৰ দীৰ্ঘতম ৰে’ল সুৰংগ ক’ত আছে জানেনে? এই বিষয়ে চাওঁ আহক।

monjit-dutta
Monjit Dutta | Published: 19 Jan 2025 20:07 PM
ছুইজাৰলেণ্ডৰ গ’থাৰ্ড সুৰংগ হৈছে বিশ্বৰ ভিতৰতে আটাইতকৈ দীৰ্ঘতম সুৰংগ। এই সুৰংগটোৰ দৈৰ্ঘ্য ৫৭.১ কিলোমিটাৰ।

1 / 5
বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত আছে জাপানৰ ছেইকান সুৰংগ। ইয়াৰ দৈৰ্ঘ্য ৫৩.৯ কিলোমিটাৰ। এই সুৰংগটোৱে চুগাৰু জলদ্বীপ অঞ্চলক হনছু আৰু হোকাইডোৰ সৈতে সংযোগ কৰে।

2 / 5
এই তালিকাৰ তৃতীয় স্থানত আছে ব্ৰিটেইন আৰু মূল ইউৰোপক সংযোগ কৰা এটা ৰে’লৱে সুৰংগ। এই পথটো বিশ্বৰ অন্যতম পৰম্পৰাগত পথ। এই সুৰংগটোৰ দৈৰ্ঘ্য ৫০.৫ কিলোমিটাৰ।

3 / 5
দক্ষিণ কোৰিয়াত আছে বিশ্বৰ চতুৰ্থ দীঘলীয়া ৰে’লৱে সুৰংগ। এই সুৰংগটোৰ নাম ইউলিয়ন সুৰংগ। এই সুৰংগটোৰ দৈৰ্ঘ্য ৫০.৩ কিলোমিটাৰ।

4 / 5
ভাৰতৰ দৰে চীনতো ৰে’লৱে যাতায়তৰ এক গুৰুত্বপূৰ্ণ মাধ্যম। বিশ্বৰ ভিতৰতে দীৰ্ঘতম সুৰংগৰ তালিকাত পঞ্চম স্থানত আছে চীনৰ ছংছান লেক সুৰংগ। ইয়াৰ দৈৰ্ঘ্য ৩৮.৮ কিলোমিটাৰ।

5 / 5
Latest Stories