5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Mango Ice Cream: গৰমৰ দিনত ঘৰতে বনাওক আমৰ আইচক্ৰীম, কেনেকৈ বনাব জানোঁ আহক…

Mango Ice Cream: বহুতে গাখীৰ বা চকলেট আইচক্ৰীম তৈয়াৰ কৰে। এতিয়া গৰম দিনৰ প্ৰিয় ফল আমৰ আইচক্ৰীম বনাব পাৰিব। আমৰ আইচক্ৰীম তৈয়াৰ কৰিবলৈ পকা আম, পাউডা গাখীৰ, হুইপিং ক্ৰীম, আইচিং চুগাৰ আৰু পানীৰ প্ৰয়োজন।

manas-borah
Manas Borah | Updated On: 10 Jun 2024 09:21 AM
অতি গৰমত শীতল পানীয় আৰু আইচক্ৰীমৰ বাহিৰে আন একো খোৱাটো ভাল নহয়। এতিয়া ঘৰতে বনাওক বিশেষ আইচক্ৰীম ।

1 / 8
বহুতে গাখীৰ বা চকলেট আইচক্ৰীম তৈয়াৰ কৰে। এতিয়া গৰমৰ প্ৰিয় ফলৰ সৈতে আমৰ আইচক্ৰীম বনাব পাৰিব ।

2 / 8
আমৰ আইচক্ৰীমৰ বাবে পকা আম, পাউডা গাখীৰ , ক্ৰীম, আইচিং চুগাৰ আৰু পানীৰ প্ৰয়োজন। বাকীখিনি সামগ্ৰী আমৰ পৰিমাণ অনুযায়ী ব্যৱহাৰ কৰিব লাগে ।

3 / 8
২টা পকা আম লৈ ৩ চামুচ পাউডা গাখীৰ, আধা কাপ হুইপিং ক্ৰীম আৰু ৩ চামুচ আইচিং চুগাৰ দিব।

4 / 8
প্ৰথমে আমখিনি ভালদৰে ধুই টুকুৰা টুকুৰকৈ কাটি লওক। এতিয়া আমৰ টুকুৰাবোৰ পাউডা গাখীৰ আৰু পানীৰ লগত মিহলাই মিক্সাৰত একেলগে মিহলাই লওক ।

5 / 8
কাঁচৰ বাটি এটাত আইচিং চুগাৰ আৰু হুইপিং ক্ৰীম একেলগে মিহলাই লওক। এতিয়া লাহে লাহে মিশ্ৰণটো বিটাৰত দি বিট কৰক ।

6 / 8
এতিয়া মিশ্ৰিত আমখিনি হুইপিং ক্ৰীমৰ মিশ্ৰণটোত ঢালি দিব। আমৰ পেষ্টখিনি মিশ্ৰণটোৰ লগত ভালদৰে মিহলাই লওক।

7 / 8
এতিয়া গোটেই মিশ্ৰণটো ফ্ৰীজত কমেও ৮ ঘণ্টা ৰাখিব। ৰাতিটো ৰাখিলে ভাল।  এইদৰে তৈয়াৰ কৰিব পাৰিব আমৰ আইচক্ৰীম ।

8 / 8
Latest Stories