5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Pijush-Aimee Wedding Anniversary: বিবাহ বাৰ্ষিকী বিশেষভাবে উদযাপন কৰিলে মন্ত্ৰী পীযুষ হাজৰিকা আৰু আইমী বৰুৱাই

আজি মন্ত্ৰী পীযুষ হাজৰিকা আৰু অভিনেত্ৰী আইমী বৰুৱাৰ বিবাহ বাৰ্ষিকী। ২০১১ চনৰ ১ অক্টোবৰত অভিনেত্ৰী আইমী বৰুৱা আৰু পীযুষ হাজৰিকাই বিবাহপাশত আৱদ্ধ হৈছিল।

barasha-misra
Barasha Misra | Updated On: 01 Oct 2024 15:49 PM
অসমৰ জনপ্ৰিয় জুটিসকলৰ ভিতৰত অন্যতম পীযুষ-আইমী। আজি মন্ত্ৰী পীযুষ হাজৰিকা আৰু অভিনেত্ৰী আইমী বৰুৱাৰ বিবাহ বাৰ্ষিকী।

1 / 5
পুৱাৰে পৰা অনুৰাগীসকলে মন্ত্ৰী পীযুষ হাজৰিকা আৰু অভিনেত্ৰী আইমী বৰুৱাক সামাজিক মাধ্যমযোগে জনাইছে বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা।

2 / 5
ৰাজনীতিৰ সমানে পৰিয়ালকো সমানে সময় দিবলৈ চেষ্টা কৰে পীযুষ হাজৰিকাই। ইফালে স্বামীৰ প্ৰতিটো সময়ত ছাঁৰ দৰে লাগি থাকে পত্নী আইমী বৰুৱাই।

3 / 5
ইনষ্টাগ্ৰামত ভিডিঅ শ্বেয়াৰ কৰি দুয়ো দুয়োকে দিছে বিবাহ বাৰ্ষিকীৰ শুভকামনা।

4 / 5
পীযুষ হাজৰিকাই লিখিছে- আজিৰ এই বিশেষ দিনটোত আমি একেলগে পাৰ কৰা দিনকেইটাৰ প্ৰতিচ্ছবি মোৰ চকুৰ সন্মুখত ভাঁহি আহিছে আইমী। চকুৰ পলকতে যেন পাৰ হৈ গৈছে বহুকেইটা মায়াময় বছৰ, কিন্তু এনে লাগে যেন সৌ সিদিনাহে আমি দুয়ো একেলগে সুখে-দুখে থকাৰ পণ লৈছিলোঁ। প্ৰতিটো প্ৰত্যাহ্বানৰ মাজতে মোৰ প্ৰতি তোমাৰ সমৰ্থনত মই পাওঁ অফুৰন্ত সাহস, হাতে হাত ধৰি আগুৱাই যাবলৈ পাওঁ শক্তি। আজি এই বিশেষ দিনটোত আমি আমাৰ প্ৰেম উদযাপন কৰিছোঁ, আগন্তুক দিনকেইটা যাতে অধিক সুমধুৰ হওক তাৰ বাবে কামনা কৰিছোঁ।

5 / 5
Latest Stories