5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Miss Universe India 2024: ৰিয়াৰ শিৰত মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৪ ৰ মুকুট, কোন এই ১৯ বছৰীয়া যুৱতীগৰাকী…

Miss Universe India 2024: ৰিয়া সিংঘাৰ শিৰত মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৪ ৰ খিতাপ। উৰ্বশী ৰৌতেলাই তেওঁক বিজয়ৰ মুকুট পিন্ধোৱাৰ লগতে আগন্তুক সময়ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। এই জয়ৰ লগে লগে মিছ ইউনিভাৰ্ছ ২০২৪ ত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সাজু হৈছে ৰিয়া।

barasha-sarma
Barasha Sarma | Updated On: 23 Sep 2024 14:25 PM
মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৪ ৰ খিতাপ লাভ কৰিলে ৰিয়া সিংঘাই। এতিয়া তেওঁ বিশ্বস্তৰীয় মিছ ইউনিভাৰ্ছ ২০২৪ ত ভাৰতক প্ৰতিনিধিত্ব কৰিব। ২২ ছেপ্টেম্বৰ দেওবাৰে অনুষ্ঠিত হৈছিল মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৪ ৰ গ্ৰেণ্ড ফিনালে।

1 / 5
বিজয়ৰ খিতাপ লাভ কৰি ৰিয়াই সুখ প্ৰকাশ কৰে। তেওঁ কয় যে পূৰ্বৰ বিজয়ীসকলৰ পৰা তেওঁ যথেষ্ঠ অনুপ্ৰাণিত হৈছে। এই অনুষ্ঠানৰ বিচাৰকৰ ৰূপত আছিল অভিনেত্ৰী তথা মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০১৫ উৰ্বশী ৰৌতেলা।  ভাৰতে এইবাৰ মিছ ইউনিভাৰ্ছৰ খিতাপ লাভ কৰিব বুলি আশা কৰে।

2 / 5
ৰিয়াৰ উৰ্বশীয়ে বিজয়ৰ মুকুট পিন্ধায়। উল্লেখ কৰা প্ৰয়োজন যে চলিত বৰ্ষৰ শেষৰফালে অনুষ্ঠিত হ'ব মিছ ইউনিভাৰ্ছ ২০২৪।  বিজয়ৰ পাছতেই ৰিয়াত বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰিছে। লগতে মিছ ইউনিভাৰ্ছৰ খিতাপ যাতে লাভ কৰে তাৰ বাবে শুভকামনা জনায়।

3 / 5
গুজৰাটৰ আহমেদাবাদৰ ১৯ বছৰীয়া ৰিয়া এগৰাকী অভিনেত্ৰী, মডেল। ইষ্টৰ ফেক্টৰীৰ উদ্যোগী তথা পৰিচালক বৃজেশ সিংঘা আৰু ৰীতা সিংঘাৰ কন্যা ৰিয়া। তেওঁ জি এল এছ বিশ্ববিদ্যালয়ৰ ছাত্ৰী।

4 / 5
১৬ বছৰ বয়সত ২০২০ চনত ৰিয়াই মডেলিঙত আত্মপ্ৰকাশ কৰিছিল আৰু ডিভা মিছ টিন গুজৰাটৰ খিতাপ দখল কৰিছিল। ২০২৩ চনৰ ফেব্ৰুৱাৰীত ৰিয়াই স্পেইনৰ মাদ্ৰিদত মিছ টিন ইউনিভাৰ্ছ ২০২৩ ত ভাৰতত প্ৰতিনিধিত্ব কৰিছিল। তাত তেওঁ শীৰ্ষ ৬ ত আছিল।

5 / 5
Follow Us
Latest Stories