শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মক্কা বিশ্বৰ আটাইতকৈ ধুনীয়া স্থান… ৰমজানৰ সময়ত পত্নীৰ সৈতে ওমৰাহ গমন মুনাৱাৰ ফাৰুকীৰ

বিখ্যাত ষ্টেণ্ড আপ কমেডিয়ান মুনাৱাৰ ফাৰুকীয়ে শেহতীয়াকৈ পত্নী মেহজাবিন কোটৱালাৰ সৈতে ওমৰাহ গৈছে। তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত আধ্যাত্মিক যাত্ৰাৰ ছবি শ্বেয়াৰ কৰিছে।

barasha-misra
Barasha Misra | Updated On: 22 Mar 2025 21:15 PM
বিখ্যাত ষ্টেণ্ড আপ কমেডিয়ান মুনাৱাৰ ফাৰুকীয়ে প্ৰায়ে শিৰোনাম দখল কৰি আহিছে। তেওঁ বহু ৰিয়েলিটি শ্ব’ৰ অংশও হৈছে আৰু বিজয়ী হিচাপেও নিজৰ নামো উজলাইছে। ইয়াৰ ভিতৰত আছে লকআপ আৰু বিগ বছ ১৭।

1 / 5
অৱশ্যে বিগ বছলৈ অহাৰ পিছত মুনাৱাৰৰ প্ৰেম জীৱনক লৈ যথেষ্ট চৰ্চা হৈছিল। কিন্তু, যোৱা বছৰ তেওঁ বিখ্যাত মেকআপ আৰ্টিষ্ট মেহজাবিন কোটোৱালাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ সময়ত সকলো আচৰিত হৈছিল।

2 / 5
এতিয়াকৈ মুনৱ্বৰ নিজৰ পত্নীৰ লগত ৰমজানৰ এই পবিত্ৰ মাহত ওমৰাহলৈ যোৱা দেখা গৈছে। তেওঁ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত মক্কাৰ ছবিসমূহ শ্বেয়াৰ কৰিছে।

3 / 5
মক্কাত ইহৰাম পিন্ধি কাবাৰ সন্মুখত মুনাৱাৰ ফাৰুকীয়ে নিজৰ ফটো শ্বেয়াৰ কৰিছে। এখন ফটোত তেওঁক পত্নীৰ সৈতেও হাঁহি থকা দেখা গৈছে। অনুৰাগীসকলে তেওঁৰ নতুন পোষ্টটোক বহুত মৰম দিছে।

4 / 5
এই পোষ্টটোৰ সৈতে তেওঁ এটা অতি সুন্দৰ কেপচন দিছে, "মক্কা, পৃথিৱীৰ আটাইতকৈ ধুনীয়া ঠাই, আল্লাহে সকলোকে ইয়ালৈ মাতিব আৰু মই আপোনালোক সকলোৰে বাবে প্ৰাৰ্থনা কৰিছোঁ। আপোনালোকৰ নামাজত মোকো মনত ৰাখিব।"

5 / 5