5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Nalbari Rash Mahotsav: ২৮ নৱেম্বৰত সামৰণি নলবাৰীৰ ৰাস মহোৎসৱৰ, নিতাল হৈ পৰিব হৰিমন্দিৰৰ চৌহদ

এই ৰাস মহোৎসৱ উপলক্ষে দৈনন্দিন জীৱনৰ দূখ ভাগৰ পাহৰি আনন্দত মতলীয়া হয় সৰ্বস্তৰৰ ৰাইজ। সংস্কৃতিৰ বৰপথাৰ হিচাপে প্ৰতিটো বৰ্ষতে জিলিকি উঠে নলবাৰী।

barasha-misra
Barasha Misra | Updated On: 28 Nov 2024 00:15 AM
আধুনিক কালত অসমৰ সাংস্কৃতিক সমন্বয়ৰ মিলনভূমি হৈ উঠা নলবাৰীৰ শ্ৰীশ্ৰীহৰি মন্দিৰৰ ৰাস মহোৎসৱ ভক্তিপ্ৰাণ ৰাইজৰ আধ্যাত্মিক আকৰ্ষণৰ এটি অন্যতম কেন্দ্ৰবিন্দু।  বৃহস্পতিবাৰে অন্ত পৰিব এই ৰাস মহোৎসৱ।

1 / 5
এই ৰাস মহোৎসৱ উপলক্ষে দৈনন্দিন জীৱনৰ দূখ ভাগৰ পাহৰি আনন্দত মতলীয়া হয় সৰ্বস্তৰৰ ৰাইজ। সংস্কৃতিৰ বৰপথাৰ হিচাপে প্ৰতিটো বৰ্ষতে জিলিকি উঠে নলবাৰী।

এই ৰাস মহোৎসৱ উপলক্ষে দৈনন্দিন জীৱনৰ দূখ ভাগৰ পাহৰি আনন্দত মতলীয়া হয় সৰ্বস্তৰৰ ৰাইজ। সংস্কৃতিৰ বৰপথাৰ হিচাপে প্ৰতিটো বৰ্ষতে জিলিকি উঠে নলবাৰী।

2 / 5
সামাজিক মাধ্যমত প্ৰতিটো দিনৰে বৰ্ণা কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ১৯৩৩ চনৰ পৰা নিৰৱচ্ছিন্নভাৱে উদযাপিত হৈ আহি এইবাৰ ৯১ বছৰত ভৰি দিছিল।

3 / 5
কৃষ্টি-সংস্কৃতিৰ মিলনথলীত পৰিণত হৈ পৰা নলবাৰীৰ ৰাস মহোৎসৱলৈ ৰাজ্যৰ সকলো প্ৰান্তৰ পৰা সংস্কৃতিৱান লোক, প্রবাসী নলবৰীয়া, পৰ্যটক, ভক্তপ্ৰাণ লোকৰ আগমন ঘটিছিল। বুধবাৰৰ দিনটোত লাখ লাখ দৰ্শনাৰ্থীয়ে ভিৰ কৰিছে হৰি মন্দিৰ প্ৰাংগণত।

4 / 5
প্ৰতিবছৰৰ দৰে এইবাৰো নলবাৰী চহৰস্থিত ঐতিহ্যমণ্ডিত হৰি মন্দিৰত অসম প্ৰকাশন পৰিষদৰ দ্বাৰা গ্ৰন্থমেলা, বাণিজ্য মেলা আদিও অনুষ্ঠিত হৈছিল। ৰাসৰ শান্তি-শৃংখলাৰ দিশটো চোৱা-চিতাৰ দায়িত্বত নিয়োজিত আছিল প্ৰায় হাজাৰোধিক স্বেচ্ছাসেৱক আৰু একেলগে ৫হাজাৰ লোক।

5 / 5
Latest Stories