5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

শপত লোৱাৰ পূৰ্বে জাতিৰ পিতা, বাজপেয়ী আৰু শ্বদীহসকলক শ্ৰদ্ধাঞ্জলি নৰেন্দ্ৰ মোদীৰ

আজি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে। সন্ধিয়া অনুষ্ঠিত হ'বলগীয়া শপত গ্ৰহণৰ পূৰ্বে মোদীয়ে সমৰ স্মাৰক, মহাত্মা গান্ধী আৰু অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

barasha-sarma
Barasha Sarma | Published: 09 Jun 2024 13:25 PM
তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে। সন্ধিয়া অনুষ্ঠিত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে মোদী উপস্থিত বিশেষ কেইখনমান ঠাইত।

1 / 5
জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতে, বিভিন্ন ঠাইত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মোদীয়ে এই সময়চোৱাত তেওঁক সংগ দিয়ে ৰাজনাথ সিঙে।

2 / 5
ৰাজঘাটত উপস্থিত হৈ  জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মোদীয়ে। ফটো শ্বেয়াৰ কৰি ছ'চিয়েল মিডিয়াত কয় যে, বাপুৰ সেৱা আৰু সমাজ কল্যাণৰ প্ৰতি আমি সদায় অনুপ্ৰাণিত হৈ আহিছো । তেওঁৰ চিন্তাধাৰাই আমাক এখন উন্নত সমাজ গঢ়াত পথ প্ৰদৰ্শন কৰে।

3 / 5
সদৈৱ অটলত উপস্থিত হৈ মোদীয়ে অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ফটো শ্বেয়াৰ কৰি মোদীয়ে ছ'চিয়েল মিডিয়াত লিখে যে, তেওঁৰ দূৰদৰ্শী নেতৃত্ব আৰু প্ৰগতিৰ প্ৰতি দায়বদ্ধতাই আমাৰ জাতিটোক বহুখিনি উপকৃত কৰিছিল। তেওঁৰ কথা আৰু কৰ্মই আমাক সৰ্বাংগীন উন্নয়নৰ সন্ধানত অনুপ্ৰাণিত কৰি আহিছে। তেওঁ আমাৰ সকলোৰে বাবে পথ প্ৰদৰ্শক ।

4 / 5
শপত লোৱাৰ পূৰ্বে জাতিৰ পিতা, বাজপেয়ী আৰু শ্বদীহসকলক শ্ৰদ্ধাঞ্জলি নৰেন্দ্ৰ মোদীৰ

5 / 5
Latest Stories