শপত লোৱাৰ পূৰ্বে জাতিৰ পিতা, বাজপেয়ী আৰু শ্বদীহসকলক শ্ৰদ্ধাঞ্জলি নৰেন্দ্ৰ মোদীৰ
আজি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে। সন্ধিয়া অনুষ্ঠিত হ'বলগীয়া শপত গ্ৰহণৰ পূৰ্বে মোদীয়ে সমৰ স্মাৰক, মহাত্মা গান্ধী আৰু অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5