5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Natural Ways to Boost Immunity : পৰিৱৰ্তিত বতৰত কেনেকৈ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰি ? জানক

এই বতৰত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ’লে শৰীৰে বহুতো ৰোগ আৰু সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম হয়। ইয়াৰ বাবে চৰ্দি আৰু কাহৰ দৰে ৰোগৰ পৰা সোনকালে আৰোগ্য লাভ কৰিব পাৰি । ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ উপযুক্ত ব্যায়াম আৰু খাদ্যাভ্যাস গ্ৰহণ কৰাটো অতি প্ৰয়োজন।

manas-borah
Manas Borah | Updated On: 05 Nov 2024 20:47 PM
পৰিৱৰ্তিত বতৰত স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় হৈ পৰে। কাৰণ এই পৰিৱৰ্তিত বতৰত স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ আশংকা বৃদ্ধি পায়। বিশেষকৈ যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অতি দুৰ্বল তেওঁলোকে স্বাস্থ্যৰ যত্ন লোৱাটো প্ৰয়োজন।

1 / 8
ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ’লে শৰীৰে বহুতো ৰোগ আৰু সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম হয়। ইয়াৰ বাবে চৰ্দি আৰু কাহৰ দৰে ৰোগৰ পৰা সোনকালে আৰোগ্য লাভ কৰিব পাৰি । ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ উপযুক্ত ব্যায়াম আৰু খাদ্যাভ্যাস গ্ৰহণ কৰাটো অতি প্ৰয়োজন।

2 / 8
ঋতু অনুসৰি খাদ্যাভ্যাসৰ পৰিৱৰ্তন কৰিব লাগে । শীতকালত শৰীৰটো গৰম কৰি ৰখা খাদ্য গ্ৰহণ কৰিব লাগে । ইয়াৰ উপৰিও এনে খাদ্য গ্ৰহণ কৰিব লাগে, যিবোৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায়ক বুলি প্ৰমাণিত হয়।

3 / 8
ঠাণ্ডা বতৰত আদাৰ দিয়া চাহ খাব পাৰে। আদাত এন্টিঅক্সিডেন্ট আৰু আন বহুতো পুষ্টিকৰ উপাদান থাকে। এনে পৰিস্থিতিত ইয়াক সেৱন কৰিলে ৰোগ সংক্ৰমণ ৰোধ কৰাত সহায়ক হ’ব পাৰে। ইয়াৰ উপৰিও আদাই হজম শক্তি উন্নত কৰে।

4 / 8
ঠাণ্ডা বতৰত গাখীৰত হালধি মিহলাই খাব পাৰে। হালধিত এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ থাকে। ইয়াৰ উপৰিও হালধিত এন্টিবেক্টেৰিয়েল আৰু এন্টিচেপ্টিক গুণ আছে যিয়ে ঘাঁ ভাল হোৱাত সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে।

5 / 8
জালুকত এন্টি-মাইক্ৰ’বিয়াল, এন্টি-ইনফ্লেমেটৰী, এন্টি-বেক্টেৰিয়েল গুণ আছে। আদা আৰু জালুক মিহলি গাখীৰও খাব পাৰে। জালুকৰ গুড়ি প্ৰস্তুত কৰি চূপ বা চালাডত ছটিয়াই খাব পাৰে। জালুক দিয়া চাহ খাব পাৰে।

6 / 8
লঙত এন্টি-বেক্টেৰিয়েল, এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণৰ উপৰিও বহুতো পুষ্টিকৰ উপাদান থাকে। এনে পৰিস্থিতিত লং বহু ধৰণে খাব পাৰি । ২ৰ পৰা ৩টা লং চোবাই খাব পাৰে। ইয়াৰ বাহিৰেও লঙৰ গুড়ি বনাই গাখীৰত মিহলাই খাব পাৰে বা শাক-পাচলি, ৰুটি বা চালাডত মিহলাই খাব পাৰে। লঙৰ গুড়িত মৌ মিহলাইও খাব পাৰি।

7 / 8
পৰিৱৰ্তিত বতৰত স্বাস্থ্যৰ যতন লওক । এই সময়ত দিনত গৰম আৰু ৰাতি ঠাণ্ডা পৰে । গতিকে এই বতৰত ঠাণ্ডা খাদ্য খোৱাৰ পৰা বিৰত থাকক । স্বাস্থ্যৰ উপকাৰী খাদ্য গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব দিয়ক ।

8 / 8
Latest Stories