পিছে কিছুমান বিষয়ৰ চাৰ্চ কৰিলে আমি কাৰাগাৰ পৰ্যন্ত শাস্তিৰ সন্মুখীন হ’ব পাৰো। ইয়াৰ ভিতৰতে আটাইতকৈ মনত ৰাখিবলগীয়া কথা হৈছে, গুগলত আমি কেতিয়াও শিশুৰ সৈতে জড়িত অশ্লীল বিষয়ৰ চাৰ্চ কৰিব নালাগে। শিশুৰ পৰ্ণ’গাৰ্ফী সম্পৰ্কীয় বিষয়ৰ চাৰ্চ কৰিলে আপোনাৰ কাৰাবাসো হ’ব পাৰে।