5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Abhimanyu: আহি আছে ‘অভিমন্যু’, চক্ৰবেহু ভেদ কৰি ওলাই আহিব পাৰিব নে আজিৰ অভিমন্যুই?

অসমীয়া ছবিৰ সুদিন ঘূৰি আহিছে। ইখনৰ পিছত সিখন অসমীয়া ছবি মুক্তি পাবলৈ ধৰিছে ছবিগৃহত। এইবাৰ ১৫ নৱেম্বৰত মুক্তি লাভ কৰিব অসমীয়া ছবি 'অভিমন্যু' |

barasha-misra
Barasha Misra | Updated On: 23 Nov 2024 12:40 PM
১৫ নৱেম্বৰত অসমৰ চিত্ৰগৃহলৈ আহিব ছবি 'অভিমন্যু'। সেয়েহে  উজনি পৰা নামনি লৈ প্ৰচাৰত নামি পৰিছে ছবিখনৰ কলা-কুশলীসকল। আজি শিৱসাগৰ উপস্থিত হৈ TRB জুনিয়ৰ কলেজ , শিৱসাগৰ ছোৱালী কলেজ, শিৱসাগৰ কমাৰ্চ কলেজ, শিৱসাগৰ বিশ্ববিদ্যালয় প্ৰচাৰ চলায়।

1 / 5
ৰাজ্যৰ ছবিগৃহত মুক্তি লাভ কৰি আছে ইখনৰ পিছত সিখন অসমীয়া ছবি। ১৫ নৱেম্বৰত মুক্তি পাব বহু প্ৰত্যাশিত অসমীয়া ছবি 'অভিমন্যু'। শ্বৱনমচ্ এন্টাৰটেইনমেন্টৰ বেনাৰত মতলেবুদ্দিন আহমেদৰ প্ৰযোজনা আৰু অচিন্ত শংকৰ কাহিনী আৰু পৰিচালনাত নিৰ্মিত হৈছে নতুন অসমীয়া ছবিখন।

2 / 5
ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে কমল লোচন আৰু দীপলিনা ডেকাই । কণ্ঠশিল্পী দীপলিনা ডেকাই অভিনয় কৰা এইখন দ্বিতীয়খন পূৰ্ণদৈৰ্ঘ্যৰ ছবি । তেওঁলোকৰ লগতে ছবিখনত অভিনয় কৰিছে বিশিষ্ট অভিনেতা দেৱজিৎ মজুমদাৰ, হিৰণ্য ডেকা, ৰিম্পি দাস, ভাগৱত প্ৰীতম, ৰাজীৱ গোস্বামী, হিমাংশু প্ৰসাদ দাস, চাংকু নিৰঞ্জন নাথ, জলি লস্কৰ, অসীম কৃষ্ণ বৰা, শ্ৰেয়া বৰঠাকুৰ, কৌশিক নাথকে ধৰি বহু ন-পুৰণি কলা-কুশলীয়ে । জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈকো এটা বিশেষ চৰিত্ৰত দেখিবলৈ পোৱা যাব ৷

3 / 5
ছবিখনৰ 'মোৰে কানাই' গীতটি মুকলিৰ পিছতে বহু বিতৰ্ক হৈছিল যদিও, জুবিন গাৰ্গৰ কণ্ঠত ৰাছিয়ান শিল্পীৰ নৃত্যৰ ভংগীৰে সকলোকে আচৰিত কৰিও তুলিছে। এতিয়া অসমীয়া ছবিজগতত জোৱাৰ আনিবলৈ সাজু হৈছে নতুন অসমীয়া চিনেমা 'অভিমন্যু'ই ৷ এই গীতটিত জুবিন গাৰ্গৰ লগতে কণ্ঠদান কৰিছে প্ৰিয়ংকা ভৰালীয়ে।

4 / 5
এই ছবিখনৰ সংগীত কৰিছে দিগন্ত ভাৰতী, অৰূপজ্যোতি বৰুৱা আৰু ৰাজদ্বীপে । গীতৰ কথা লিখিছে দিগন্ত ভাৰতী, অৰূপজ্যোতি বৰুৱা, ৰাজদ্বীপ আৰু ৰাহুল গৌতম শৰ্মাই । মূলত গ্ৰাম্য জীৱনৰ এটা প্ৰেম কাহিনী আধাৰ হিচাপে লৈ নিৰ্মাণ এই নতুন অসমীয়া ছবিখনৰ এক্সন কৰিছে দক্ষিণৰ এটা দলে ।

5 / 5
Latest Stories