নতুন নেচনেল ক্ৰাছ অভিহিত শাৰৱৰী ৱাঘৰ গ্লেমাৰাছ লুক, যিটো দেখিলে আপুনিও পাগল হৈ যাব Assam news - Assam Tv9

নতুন নেচনেল ক্ৰাছ অভিহিত শাৰৱৰী ৱাঘৰ গ্লেমাৰাছ লুক, যিটো দেখিলে আপুনিও পাগল হৈ যাব

Published: 

20 Jun 2024 14:02 PM

বলীউডৰ অভিনেত্ৰী শাৰৱৰী ৱাঘ 'মুঞ্জা' ছবি মুক্তিৰ পিছতে বাতৰিৰ শিৰোনাম দখল কৰিছে। তেওঁৰ অভিনয়ৰ শলাগ লোৱাৰ লগতে ষ্টাইলিঙকো বহুত প্ৰশংসা কৰিছে। এতিয়া বহুতে তেওঁক নতুন ৰাষ্ট্ৰীয় ক্ৰাছ বুলি অভিহিত কৰিছে । আহক আমি আপোনালোকক দেখুৱাওঁ অভিনেত্ৰীগৰাকীৰ কিছুমান গ্লেমাৰাছ লুক।

1 / 5শাৰৱৰী ৱাঘৰ ছবি Munjya ছবিৰ পিছত বাতৰিৰ শিৰোনাম দখল কৰিছে। তেওঁক ভাৰতৰ নতুন ৰাষ্ট্ৰীয় ক্ৰাছ বুলি কোৱা হৈছে। ছবিখনত তেওঁৰ ডান্স মুভৰ উপৰিও ফেশ্বনেবল আৰু ষ্টাইলিছ লুকৰ বাবেও সকলোৱে ভাল পাইছে।

শাৰৱৰী ৱাঘৰ ছবি Munjya ছবিৰ পিছত বাতৰিৰ শিৰোনাম দখল কৰিছে। তেওঁক ভাৰতৰ নতুন ৰাষ্ট্ৰীয় ক্ৰাছ বুলি কোৱা হৈছে। ছবিখনত তেওঁৰ ডান্স মুভৰ উপৰিও ফেশ্বনেবল আৰু ষ্টাইলিছ লুকৰ বাবেও সকলোৱে ভাল পাইছে।

2 / 5

3 / 5

4 / 5

5 / 5

চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে
সকলোৰে প্ৰিয় মাখানাৰ উপকাৰিতাৰ বিষয়ে জানেনে?