শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পাপনৰ গীতৰ সুৰত মুখৰিত ‘বিশ্ব ভ্ৰমণ আৰু পৰ্যটন মহোৎসৱ’

'বিশ্ব ভ্ৰমণ আৰু পৰ্যটন মহোৎসৱ'ত গীত পৰিৱেশন কৰিলে পাপনে । জনপ্ৰিয় সংগীত শিল্পী অংগৰাগ পাপন মহন্তৰ লাইভ প্ৰদৰ্শনে অনুষ্ঠানটোক অধিক স্মৰণীয় কৰি তুলিলে। পাপনৰ গীতৰ সুৰত মুখৰিত হ'ল 'বিশ্ব ভ্ৰমণ আৰু পৰ্যটন মহোৎসৱ'।

manas-borah
Manas Borah | Published: 15 Feb 2025 11:47 AM
টিভি৯ নেটৱৰ্কে আয়োজন কৰা 'বিশ্ব ভ্ৰমণ আৰু পৰ্যটন মহোৎসৱ'ত গীত পৰিৱেশন কৰিলে পাপনে ।  জনপ্ৰিয় সংগীত শিল্পী অংগৰাগ পাপন মহন্তৰ লাইভ প্ৰদৰ্শনে অনুষ্ঠানটোক অধিক স্মৰণীয় কৰি তুলিলে। পাপনৰ গীতৰ সুৰত মুখৰিত হ'ল 'বিশ্ব ভ্ৰমণ আৰু পৰ্যটন মহোৎসৱ'।

1 / 5
ভেলেণ্টাইন ডে’ৰ সন্ধিয়া পাপন সংগীতানুষ্ঠান উপভোগ কৰাৰ বাবে ভিৰ কৰিছিল হাজাৰ হাজাৰ দৰ্শকে । ইফালে গীত পৰিৱেশন কৰাৰ মাজতে টিভি৯য়ে আয়োজন কৰা 'বিশ্ব ভ্ৰমণ আৰু পৰ্যটন মহোৎসৱ'ৰ পদক্ষেপক শলাগ লয় সংগীত শিল্পীগৰাকীয়ে ।

2 / 5
উল্লেখ্য যে, কেৱল লাইভ কনচাৰ্টেই নহয়, ‘দ্য ৱৰ্ল্ড ট্ৰেভেল এণ্ড টুৰিজিম ফেষ্টিভেল’ত ভ্ৰমণপ্ৰেমীসকলে বহুতো উন্নত অভিজ্ঞতা লাভ কৰিব । এই ​​উৎসৱত দেশৰ বিভিন্ন প্ৰান্তৰ বহু শিল্পীয়ে নিজৰ নিজৰ সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন প্ৰান্তৰ খাদ্যৰ ষ্টল আছে আৰু পৰৱৰ্তী ভ্ৰমণৰ পৰিকল্পনাৰ বাবে প্ৰয়োজনীয় তথ্য লাভ কৰিব পাৰিব ভ্ৰমণকাৰীসকলে  ।

3 / 5
টিভি৯ নেটৱৰ্কৰ উদ্যোগত ৰেড হেট কমিউনিকেচনৰ সহযোগত আয়োজিত বিশ্ব ভ্ৰমণ আৰু পৰ্যটন মহোৎসৱ ১৪ ফেব্ৰুৱাৰী পৰা আৰম্ভ হৈছে ।  নতুন দিল্লীৰ মেজৰ ধ্যান চান্দ ষ্টেডিয়ামত আয়োজন কৰা এই মহোৎসৱ অহা ১৬ ফেব্ৰুৱাৰীলৈকে চলিব ।

4 / 5
ভাৰতীয়সকলৰ ভ্ৰমণৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ বিশ্ব ভ্ৰমণ আৰু পৰ্যটন মহোৎসৱৰ আয়োজন কৰা হৈছে । লগতে এই মহোৎসৱৰ জৰিয়তে সকলো প্ৰজন্মৰ ভ্ৰমণকাৰীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰা হৈছে।

5 / 5