সোণাক্ষী সিনহাৰ পৰা কংগনা ৰাণাৱটলৈ… বলীউডৰ তাৰকাসকলে কিদৰে উদযাপন কৰিলে দীপাৱলী? চাওক ফটো
দীপাৱলীৰ নিশা পোহৰেৰে আলোকিত হৈ পৰিছিল সমগ্ৰ দেশ। বি-টাউনৰ চেলিব্ৰিটিসকলেও তেওঁলোকৰ ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছে দীপাৱলী উদযাপনৰ ফটো। লগতে সকলোকে জনাইছে পোহৰৰ উৎসৱৰ শুভেচ্ছা। শেহতীয়াকৈ বিবাহপাশত আৱদ্ধ হোৱা বহুতো চেলিব্ৰিটিয়ে একেলগে তেওঁলোকৰ প্ৰথম দেৱালী উদযাপন কৰিছে।

1 / 6

2 / 6

3 / 6

4 / 6

5 / 6

6 / 6