5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Sumi Bora: আজিও পলাতক চুমি বৰা, চুমিৰ সৈতে নাম সাঙোৰ খোৱা সাংস্কৃতিক জগতৰ লোকসকলে দিছে স্পষ্টীকৰণ

Sumi and Bishal: অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা কৰি বিশাল আৰু চুমিয়ে এক বিশাল সাম্ৰাজ্যৰ অধিকাৰী হৈছিল। চুমি বৰা আৰু বিশাল ফুকন বিতৰ্কত নাম সাঙোৰ খাইছে অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ বহুলোকৰ নাম।

barasha-misra
Barasha Misra | Published: 07 Sep 2024 17:17 PM
৩৫৪/২৪ নম্বৰ গোচৰৰ ভিত্তিত আদালতে CBIৰ জিম্মালৈ প্ৰেৰণ কৰিছে আটাইকেইগৰাকীক। ১২ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ হৈছিল চুমি বৰা আৰু তাৰ্কিক বৰা। কোটি-কোটি টকাৰ প্ৰৱঞ্চনাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চুমি বৰা আৰু স্বামী তাৰ্কিক বৰাক।

1 / 5
এই ট্ৰেডিং বিতৰ্কৰ লগত অভিনেতা যতীন বৰা, প্ৰস্তুতি পৰাশৰ, নীলাক্ষী নেওগ, মণ্টুমণি আৰু কণ্ঠশিল্পী দীপলিনা জড়িত থকা বুলি একাংশ সংবাদ মাধ্যমে প্ৰচাৰ চলাইছিল। ইয়াৰ পিছতে সামাজিক মাধ্যমত সকলোৱে স্পষ্টীকৰণ  দি গৈছে।

2 / 5
কণ্ঠশিল্পী দীক্ষুৰ বিশালৰ সৈতে সামাজিক মাধ্যমত এখন ফটো ভাইৰেল হৈছিল, য'ত দীক্ষুৰ বিৰুদ্ধে অভিযোগ উঠিছিল যে চুমি-বিশালে দীক্ষুক গাড়ী উপহাৰ দিছে। আজি কণ্ঠশিল্পী দিক্ষুৱে সামাজিক মাধ্যমত কয়- মই মানসিক ভাৱে ভাঙি পৰিছোঁ। বেংকত এতিয়াও মোৰ লোন আছে, কষ্টোপাৰ্জিত ধনেৰে গাড়ী-ঘৰ কিনিছোঁ,আইনৰ লগত মই সম্পূৰ্ণ সহযোগ কৰিম।

3 / 5
Sumi Bora:  আজিও পলাতক চুমি বৰা, চুমিৰ সৈতে নাম সাঙোৰ খোৱা সাংস্কৃতিক জগতৰ লোকসকলে দিছে স্পষ্টীকৰণ

4 / 5
চুমী বৰাই হওক বা আন কোনোবাই হওক এটা সময়ৰ পিছত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিবই লাগিব। দোষীয়ে শাস্তি পাবই বুলি মন্তব্য কৰিছে DGP জি পি সিঙে।

5 / 5
Latest Stories