Youtuber Bhaskar suspended: জনপ্ৰিয় ইউটিউবাৰ ভাস্কৰ দত্তক চাকৰিৰ পৰা নিলম্বন | Popular YouTuber Bhaskar Dutta suspended from APDCL service Assam news - Assam Tv9

Youtuber Bhaskar suspended: জনপ্ৰিয় ইউটিউবাৰ ভাস্কৰ দত্তক চাকৰিৰ পৰা নিলম্বন

Published: 

11 Sep 2024 22:13 PM

ইউটিউবাৰ ভাস্কৰ দত্তক চাকৰিৰ পৰা নিলম্বন। APDCLৰ সেৱা বিধি উলংঘনৰ অভিযোগত জনপ্ৰিয় ইউটিউবাৰগৰাকীক নিলম্বন কৰে। আশ্ৰাফুল হকৰ এজাহাৰৰ পাছতে নিলম্বন।

1 / 5

জনপ্ৰিয় ইউটিউবাৰ ভাস্কৰ দত্তক চাকৰিৰ পৰা নিলম্বন। কিছুদিনপূৰ্বে ট্ৰেডিং প্ৰৱঞ্চনা কাণ্ডৰ সৈতেও নাম সাঙোৰ খাইছিল ভাস্কৰ দত্তৰ।

2 / 5

APDCLৰ কৰ্মচাৰী ভাস্কৰ দত্তই সেৱা বিধি উলংঘন কৰিছিল, যাৰ বাবে তেওঁক নিলম্বণ কৰা হয়।

3 / 5

স্বপ্ননীল দাসক প্র’ম’ট কৰি বিতৰ্কত সোমাই পৰিছিল ভাস্কৰ দত্তই। সামাজিক মাধ্যমত স্বপ্ননীল দাসৰ ট্ৰেডিঙৰ সন্দৰ্ভত ভিডিঅ' প্ৰচাৰ কৰিছিল।

4 / 5

ইউটিউবাৰ ভাস্কৰ দত্তৰ বিৰুদ্ধে হাতীগাঁও থানাতো আছে গোচৰ। আশ্ৰাফুল হকে হাতীগাঁও থানাত দিছিল এজাহাৰ।

5 / 5

মেছেজ আৰু whatsapp call ৰ যোগে আশ্ৰাফুলক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ ইউটিউবাৰ ভাস্কৰ দত্তৰ বিৰুদ্ধে। আশ্ৰাফুলৰ এজাহাৰৰ পাছতে ভাস্কৰ দত্তক নিলম্বন।

Follow Us On
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version