Rakhi Saree Looks: ৰাখী বন্ধনত আকৰ্ষণীয় আৰু বিশেষ লুক দেখাবলৈ পিন্ধক গুলপীয়া শাৰী | Raksha bandhan 2024 pink saree looks Assam news - Assam Tv9

Rakhi Saree Looks: ৰাখী বন্ধনত আকৰ্ষণীয় আৰু বিশেষ লুক দেখাবলৈ পিন্ধক গুলপীয়া শাৰী

Published: 

04 Aug 2024 14:58 PM

Rakhi Pink Saree Looks: ৰাখী হৈছে ভাতৃ-ভগ্নীৰ প্ৰেমৰ প্ৰতীক হিচাপে উদযাপন কৰা এক উৎসৱ। য'ত সকলো বয়সৰ মহিলাই অতি বিশেষ ধৰণে পোছাক পিন্ধিব বিচাৰে। এনে পৰিস্থিতিত আপুনি ৰাখী বন্ধনত গুলপীয়া শাৰী পিন্ধি আকৰ্ষণীয় ৰূপ সৃষ্টি কৰিব পাৰে।

1 / 5Pink Saree Looks: কিছুদিনৰ পাছতে পালন কৰা হ'ব ৰাখী বন্ধন। ইয়াৰ লগে লগে সকলোৱে বজাৰ কৰা আৰম্ভ কৰিছে। বেছিভাগে উৎসৱৰ সময়ত পৰম্পৰাগত পোছাক পিন্ধিবলৈ পছন্দ কৰে।  আপুনি ৰাখী বন্ধন উপলক্ষে গুলপীয়া শাৰী পিন্ধি আকৰ্ষণীয় ৰূপ সৃষ্টি কৰিব পাৰে।

Pink Saree Looks: কিছুদিনৰ পাছতে পালন কৰা হ'ব ৰাখী বন্ধন। ইয়াৰ লগে লগে সকলোৱে বজাৰ কৰা আৰম্ভ কৰিছে। বেছিভাগে উৎসৱৰ সময়ত পৰম্পৰাগত পোছাক পিন্ধিবলৈ পছন্দ কৰে। আপুনি ৰাখী বন্ধন উপলক্ষে গুলপীয়া শাৰী পিন্ধি আকৰ্ষণীয় ৰূপ সৃষ্টি কৰিব পাৰে।

2 / 5

ইয়াত তৃপ্তিয়ে ৰঙা গুলপীয়া ৰঙৰ নেট শাৰীৰ সৈতে বগা ডীপ ডিঙিৰ ব্লাউজ পিন্ধি আছে। তেওঁৰ শাৰীখনত সৰু ফুলৰ এম্ব্ৰইডাৰীৰ কৰা কাম হৈছে। ইয়াৰ লগতে বৰ্ডাৰটো বগা চিকুইন লেচেৰে ডিজাইন কৰা হৈছে। আপুনি এই শাৰীখন নূন্যতম আনুষংগিক সামগ্ৰীৰ সৈতে কেৰি কৰিব পাৰে।

3 / 5

যদি আপুনি ৰাখী উপলক্ষে কিছুমান সৰল আৰু অতি সুন্দৰ পোছাক পিন্ধিব বিচাৰে, তেন্তে কিয়াৰাৰ দৰে গুলপীয়া শাৰীৰে ষ্টাইল কৰিব পাৰি। এই গুলপীয়া শাৰীৰ সৈতে প্ৰিণ্টেট বা কনষ্ট্ৰাষ্ট ব্লাউজ পিন্ধিলে আপোনাৰ লুকটো বিশেষ কৰি তুলিব।

4 / 5

ৰঙা আৰু গুলপীয়া ৰঙৰ চিফন শাৰীত আলিয়া ভাটৰ লুকটো যথেষ্ট ধুনীয়া দেখা গৈছে। ষ্ট্ৰেট হেয়াৰ ষ্টাইলৰ সৈতে,আলিয়াই কাণত ৰূপালী কাণফুলি আৰু কপালত ফোট লগাইছে। আপুনি এই লুকটো অনুসৰণ কৰিব পাৰে।

5 / 5

ইয়াত মাধুৰী দীক্ষিতে নীলা আৰু গুলপীয়া ৰঙৰ বান্ধনী ৰেচম শাৰীৰ সৈতে জৰি এম্ব্ৰইডাৰীৰ ব্লাউজ পিন্ধিছে। তেওঁইৰ শাৰীখনৰ বৰ্ডাৰ সোণালী লেচেৰে ডিজাইন কৰা হৈছে। এই শাৰী লুকটোও ৰাখীৰ বাবেও উপযুক্ত।

ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!