অফিচ পাৰ্টিত পিন্ধা পোছকৰ ক্ষেত্ৰত অনুসৰণ কৰিব পাৰে ৰশ্মিকা মান্দান্নাক
অভিনয়ৰ লগতে, ফেশ্বন আৰু ষ্টাইলৰ ক্ষেত্ৰত ৰশ্মিকা মান্দানা আগবাঢ়ি আছে। ৰশ্মিকাক ৱেষ্টাৰ্ণৰ পৰা এথনিক সকলো পোছাকত ধুনীয়া দেখায়। যদি আপুনি কাৰ্যালয়ত পৰম্পৰাগত পোছাক পিন্ধিব বিচাৰে, তেন্তে আপুনি ৰশ্মিকা মান্দনাৰ এই লুকৰ পৰা ধাৰণা ল'ব পাৰে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5