5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Ratan Tata Motivational Quotes: আপোনাক সফল হোৱাত কোনেও বাধা দিব নোৱাৰে, ৰতন টাটাৰ বিশেষ প্ৰেৰণাদায়ক উক্তি…

দেশৰ প্ৰখ্যাত ব্যৱসায়ী ৰতন টাটা আমাৰ মাজত নাথাকিলেও তেওঁৰ প্ৰেৰণামূলক কথাবোৰে সদায় মানুহক সফলতাৰ পথ দেখুৱাই থাকিব। লগতে এজন ভাল ব্যক্তি হ'বলৈ অনুপ্ৰাণিত কৰিব। ৰতন টাটাৰ কিছুমান প্ৰেৰণামূলক উক্তিৰ বিষয়ে আহক। যিবোৰ অনুসৰণ কতৰিলে আপুনি নিশ্চিতভাৱে জীৱনত সফলতা লাভ কৰিব।

trishna-kalita
Trishna Kalita | Updated On: 10 Oct 2024 07:44 AM
ৰতন টাটাৰ কেইটামান বিশেষ প্ৰেৰণাদায়ক উক্তি...

1 / 7
-এদিন আপুনি উপলব্ধি কৰিব যে ভৌতিক বস্তুবোৰৰ কোনো অৰ্থ নাই। গুৰুত্বপূৰ্ণ হ'ল আপুনি ভাল পোৱা লোকসকলৰ কল্যাণ।

2 / 7
-আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ'ল কোনো প্ৰত্যাহ্বান গ্ৰহণ নকৰা। দ্ৰুতগতিত পৰিৱৰ্তন হৈ থকা এই পৃথিৱীত, বিফল হোৱাৰ নিশ্চয়তা প্ৰদান কৰা একমাত্ৰ ৰণনীতি হৈছে প্ৰত্যাহ্বান গ্ৰহণ নকৰা।

3 / 7
-সফলতা আপোনাৰ পদৰ দ্বাৰা জোখা নহয়, ইয়াৰ পৰিৱৰ্তে আনৰ ওপৰত আপোনাৰ প্ৰভাৱৰ পৰা জোখা হয়। সফলতাক আপোনাৰ মূৰত উঠিব নিদিব আৰু বিফলতাক আপোনাৰ হৃদয়ত বাস কৰিব নিদিব।

4 / 7
-ডাঙৰ সপোন দেখক আৰু সেই সপোনবোৰ বাস্তবত ৰূপায়িত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰক। আপোনাৰ দৃষ্টিকোণ আপোনাৰ দক্ষতাই নহয়, আপোনাৰ ক্ষমতাই নিৰ্ধাৰণ কৰিব।

5 / 7
-জীৱনৰ উত্থান-পতন আমি  আগবাঢ়ি যোৱাৰ বাবে অতি গুৰুত্বপূৰ্ণ।  কিয়নো ইচিজিৰ এডাল সৰল ৰেখাৰ অৰ্থ হৈছে যে আমি জীয়াই থকা নাই।

6 / 7
-আপোনাৰ ওচৰলৈ  সুযোগ অহাৰ বাবে অপেক্ষা নকৰিব, নিজৰ সুযোগ নিজে সৃষ্টি কৰক। কেতিয়াও শিকা বন্ধ নকৰিব।  আগুৱাই যাবলৈ আৰু বিকশিত হ'বলৈ নিজকে প্ৰত্যাহ্বান জনাই থাকিব।

7 / 7
Latest Stories