মহানগৰীৰ ৰাজপথত উলিয়াব নোৱাৰিব সমদল, আৰক্ষীয়ে জাৰি কৰিলে গুৰুত্বপূৰ্ণ নিৰ্দেশনা | restricting all processions in guwahati to ease traffic take strict action by assam police Assam news - Assam Tv9

মহানগৰীৰ ৰাজপথত উলিয়াব নোৱাৰিব সমদল, আৰক্ষীয়ে জাৰি কৰিলে গুৰুত্বপূৰ্ণ নিৰ্দেশনা

Updated On: 

10 Feb 2025 22:59 PM

গুৱাহাটী মহানগৰীত সমদলত নিষেধাজ্ঞা জাৰি কৰিলে আৰক্ষীয়ে। আজিৰেই পৰা কাৰ্যকৰী হোৱাকৈ DCP ইমদাদ আলীয়ে জাৰি কৰিছে এই নিৰ্দেশনা। নিয়ম উলংঘা কৰিলেই BNSৰ ২৩৩ নং ধাৰাৰ অধীনত লোৱা হ'ব ব্যৱস্থা।

1 / 5 এতিয়াৰ পৰা মহানগৰীত উলিয়াব নোৱাৰিব যিকোনো ধৰণৰ সমদল, শোভাযাত্ৰা। বন্ধ কৰি দিয়া হৈছে সকলো ধৰণৰ প্ৰছেছন। নিয়ম উলংঘা কৰিলেই  BNSৰ ২৩৩ নং ধাৰাৰ অধীনত লোৱা হ'ব ব্যৱস্থা।

এতিয়াৰ পৰা মহানগৰীত উলিয়াব নোৱাৰিব যিকোনো ধৰণৰ সমদল, শোভাযাত্ৰা। বন্ধ কৰি দিয়া হৈছে সকলো ধৰণৰ প্ৰছেছন। নিয়ম উলংঘা কৰিলেই BNSৰ ২৩৩ নং ধাৰাৰ অধীনত লোৱা হ'ব ব্যৱস্থা।

2 / 5

গুৱাহাটী মহানগৰীত সমদলত নিষেধাজ্ঞা জাৰি কৰিলে আৰক্ষীয়ে। আজিৰেই পৰা কাৰ্যকৰী হোৱাকৈ DCP ইমদাদ আলীয়ে জাৰি কৰিছে এই নিৰ্দেশনা।

3 / 5

সমদলৰ বাবে মহানগৰীত সৃষ্টি হোৱা দেখা যায় ব্যাপক যান-জঁটৰ। বর্ধিত যান-জঁটৰ সমস্যাৰ বাবে এই পদক্ষেপ গ্ৰহণ আৰক্ষীৰ।

4 / 5

ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ধাৰাৰ অধীনত জাৰি কৰা হৈছে এই নিৰ্দেশ । এই নিষেধাজ্ঞা উলংঘা কৰাসকলে BNSৰ ২৩৩ধাৰাৰ অধীনত শাস্তিৰ সন্মুখীন হ’ব লাগিব।

5 / 5

বিগত কিছুদিনে শোভাযাত্ৰাৰ বাবে সৃষ্টি হৈছিল উত্তেজনা। দেওবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত শোভাযাত্ৰাত বাধা প্ৰদান কৰিছিল আৰক্ষীয়ে। ইয়াৰ পাছতেই আজি অসম আৰক্ষীয়ে প্ৰকাশ কৰিলে জাননী।

লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?