শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পাঠদানৰ সময়ত শিক্ষকে ব্যৱহাৰ কৰিব নোৱাৰিব ম’বাইল! অসমৰ এখন জিলাত কঠোৰ নিৰ্দেশনা বিদ্যালয় পৰিদৰ্শকৰ

শ্ৰেণীকোঠাত ম'বাইল ব্যৱহাৰ কৰা শিক্ষকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। এই ক্ষেত্ৰত কঠোৰ হৈছে শিক্ষা বিভাগ। এতিয়াৰে পৰা শ্ৰেণীকোঠালৈ শিক্ষকে নিব নোৱাৰিব ম'বাইল ফোন । এইক্ষেত্ৰত মানিব লাগিব বিশেষ নিয়ম।

trishna-kalita
Trishna Kalita | Updated On: 10 Feb 2025 18:30 PM
এতিয়াৰে পৰা শ্ৰেণীকোঠালৈ শিক্ষকে নিব নোৱাৰিব ম'বাইল ফোন । শ্ৰেণীকোঠাত ম'বাইল ব্যৱহাৰ কৰা শিক্ষকৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ খবৰ। পাঠদান চলা থকা সময়ত ম’বাইল ফোন নিব নোৱাৰিব কোনো শিক্ষক-শিক্ষয়িত্ৰীয়ে।

1 / 5
বহু সময়ত পাঠদান সময়ত একাংশ শিক্ষকে ম’বাইল ব্যৱহাৰ কৰা দেখা যায়। এই ক্ষেত্ৰত কঠোৰ হৈছে শিক্ষা বিভাগ। শিক্ষক-শিক্ষয়িত্ৰীৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ বিদ্যালয় পৰিদৰ্শক।

2 / 5
এতিয়াৰ পৰা বিদ্যালয়ত অনুমতি লৈহে ব্যৱহাৰ কৰিব পাৰিব ম'বাইল ফোন। শ্ৰেণীকোঠালৈ ম’বাইল নিবলৈ হ’লে স্পষ্টকৈ কাৰণ জনাব লাগিব প্ৰধান শিক্ষকক।

3 / 5
পাঠদানত যাতে ব্যাঘাত নজন্মোৱাৰ বাবে এই নিৰ্দেশনা জাৰি কৰা বুলি সদৰি কৰিছে বিদ্যালয়সমূহৰ পৰিদৰ্শকে। বহুসময়ত এই বিযয়কটোক লৈ উত্থাপন কৰা হৈছিল অভিযোগ। যাৰ পৰিপ্ৰেক্ষিতত গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা।

School Teacher Mobile Ban

4 / 5
শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহলৈ এই কঠোৰ নিৰ্দেশনা বিদ্যালয় পৰিদৰ্শক দেৱজ্যোতি গগৈৰ। এক জাননীযোগে জিলাখনৰ সকলো বিদ্যালয়লৈ জাৰি কৰা হৈছে এই নিৰ্দেশনা।

5 / 5