বিশ্বৰ প্ৰেক্ষাপটত উজলিল দুই অসম সন্তান, অনিৰ্বাণ বৰঠাকুৰ আৰু বলয় কুমাৰ দলৈক কৰিছে প্ৰসংশা, জানক সবিশেষ | 'SABAR BONDA' won the award at the Sun dance Film Festival held in USA Assam news - Assam Tv9

বিশ্বৰ প্ৰেক্ষাপটত উজলিল দুই অসম সন্তান, অনিৰ্বাণ বৰঠাকুৰ আৰু বলয় কুমাৰ দলৈক কৰিছে প্ৰসংশা, জানক সবিশেষ

Published: 

07 Feb 2025 16:00 PM

অসমত প্ৰতিভাৰ অভাৱ নাই। শিক্ষাৰ পৰা আৰম্ভ কৰি অভিনয়লৈ, অসমৰ বহু যুৱক-যুৱতীয়ে নাম উজলাবলৈ সক্ষম হৈছে বিশ্বৰ ভিন্ন প্ৰান্তত।

1 / 5বিশ্বৰ প্ৰেক্ষাপটত দুই অসম সন্তানে লাভ কৰিছে কৃতিত্ব। অনিৰ্বাণ বৰঠাকুৰে ছাউণ্ড ডিজাইন কৰা আৰু বলয় কুমাৰ দলৈয়ে শব্দ সংমিশ্ৰণ কৰা Sabar Bonda ছবিয়ে USA ত অনুষ্ঠিত  ছান ডান্স ফিল্ম ফেষ্টিভেলত লাভ কৰিলে বিচাৰকৰ সন্মান।

বিশ্বৰ প্ৰেক্ষাপটত দুই অসম সন্তানে লাভ কৰিছে কৃতিত্ব। অনিৰ্বাণ বৰঠাকুৰে ছাউণ্ড ডিজাইন কৰা আৰু বলয় কুমাৰ দলৈয়ে শব্দ সংমিশ্ৰণ কৰা Sabar Bonda ছবিয়ে USA ত অনুষ্ঠিত ছান ডান্স ফিল্ম ফেষ্টিভেলত লাভ কৰিলে বিচাৰকৰ সন্মান।

2 / 5

১৫৬ খন দেশ আৰু টেৰিটৰীৰ পৰা প্ৰায় ১৫,৭৭৫ submission ৰ পৰা ৮ খন চিনেমাহে World Dramatic competition ত যোগদান কৰিবলৈ সুযোগ পাইছিল।

3 / 5

তাৰে ভিতৰত Sabar Bonda ক Best Film ঘোষণা কৰিলে বিচাৰকে । ছবিখনৰ পৰিচালনা ৰহন কানাৱাৰে কৰিছে। ছাউণ্ড ডিজাইন কৰা অনিৰ্বাণ বৰঠাকুৰ বহু বলীউড ছবিত সফল শব্দ ব্যৱস্থাপনা আৰু শব্দ মিশ্ৰণ কৰি উচ্চ প্ৰশংসিত হৈছে ।

4 / 5

অনিৰ্বাণ বৰঠাকুৰে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত গ্ৰহণ কৰিছিল ব্যৱহাৰিক শিক্ষা ৷ ইফালে পুৰষ্কাৰ প্ৰাপ্ত Sabar bonda ছবিখনত অনিৰ্বাণ বৰঠাকুৰক সহযোগ কৰিছে মুম্বাইৰ নৰেন চন্দাভাৰকে আৰু বলয় কুমাৰ দলৈক সহায় কৰিছে মুম্বাইৰ ৰাহুল কাৰ্পীয়ে৷

5 / 5

ছবিখনৰ সফলতাত উৎফুল্লিত ছবিখনৰ লগত জড়িত সমূহ কলা-কুশলী ৷

হাজাৰজনৰ হিয়া ভাঙি কোন কোন অভিনেতা-অভিনেত্ৰীয়ে মাঘতে ঘঁহিলে মাহ-হালধি?
ছোৱালীসকলে খুব ভাল পায় প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ এইবোৰ পদ্ধতি
Propose Day ত কিদৰে আপোনাৰ প্ৰিয়জনক নিজৰ ফালে আকৰ্ষিত কৰিব? কেনেকৈ দিব প্ৰেমৰ প্ৰস্তাৱ
লতা মংগেশকাৰে প্ৰথম কোনখন ছবিত কণ্ঠদান কৰিছিল, জানক সবিশেষ