শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

শোৱাৰ পূৰ্বে কৰিণাই কৰে অদ্ভুত কাণ্ড! পোহৰলৈ আহিছে কৰিণা-ছেইফৰ বহু ব্যক্তিগত কথা

মাজনিশা ছেইফৰ ঘৰত সংঘটিত হোৱা আক্ৰমণৰ পিছতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এতিয়া তেওঁৰ অৱস্থা এতিয়া সুস্থিৰ। এই ঘটনাৰ পিছতে পোহৰলৈ আহিছে আমি কৰিণা কাপুৰৰ এনে এটা গোপন কথা।

barasha-misra
Barasha Misra | Published: 16 Jan 2025 21:17 PM
মাজনিশা বলীউডৰ অভিনেতা ছেইফ আলী খানক বাসগৃহত আক্ৰমণ কৰে। পুৱতি নিশা অভিনেতাজনক লীলাৱতী হাস্পতালত ভৰ্তি কৰোৱা হয়। ছেইফৰ চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰা হৈছে আৰু বৰ্তমান অৱস্থা সুস্থিৰ।

1 / 5
অনুৰাগী আৰু চেলিব্ৰিটিসকলে অভিনেতাগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে। ইফালে আজি কৰিণা কাপুৰৰ সৈতে জড়িত এটা ঘটনা পোহৰলৈ আহিছে, যিটো কথা তেওঁৰ স্বামী ছেইফ আলী খানে নিজেই প্ৰকাশ কৰিছে।

2 / 5
কৰিণা কাপুৰ আৰু ছেইফ আলী খানক প্ৰায়ে ৰাজহুৱা স্থানত ইজনে সিজনৰ বিষয়ে কথা কোৱা দেখা যায়। কেতিয়াবা ইজনে সিজনক প্ৰশংসা আৰু কেতিয়াবা ইজনে সিজনৰ গোপনীয়তা প্ৰকাশ কৰে।

3 / 5
কেইবছৰমান আগতে যেতিয়া কৰণ জোহৰৰ ‘কফি উইথ কৰণ’ অনুষ্ঠানত ছেইফ আলী খানে অভিনয় কৰিছিল তেতিয়া তেওঁ কৰিণাৰ বিষয়ে কিছু গোপন কথা প্ৰকাশ কৰিছিল। এই কথা শুনাৰ পিছত কৰণ জোহৰ আৰু কৰিণাৰ অনুৰাগীসকলো আচৰিত হৈ পৰিছিল।

4 / 5
ছাইফে কৈছিল, “কৰিণা শুই উঠাৰ আগতে কিছুমান অদ্ভুত কাম কৰে, যিটো দেখি মইও আচৰিত হৈছিলোঁ। শোৱাৰ পূৰ্বে দাপোনত মুখখন চাই হাঁহে কৰিণাই। আনকি কৰিণাই নাইট চুট নহয় পুৰণি টি-চাৰ্ট পিন্ধি ভাল পোৱাৰ কথা প্ৰকাশ কৰিছিল স্বামীয়ে।

5 / 5
Latest Stories