ভাৰতলৈ কিদৰে আহিল চিংৰা! জানেনে ইয়াৰ ইতিহাস…
চিংৰা! প্ৰতিগৰাকী ভাৰতীয়ৰে জিভাৰ পানী পেলাব পৰা এবিধ জনপ্ৰিয় খাদ্য। সমগ্ৰ দেশতে চিংৰাৰ জনপ্ৰিয়তা তথা চিংৰাৰ প্ৰতি খাদ্যৰসিক সকলৰ প্ৰতি থকা লোভৰ কথা শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। পিছে, আপুনি জানেনে চিংৰাৰ উৎপত্তিস্থল বা জন্মস্থান যে ভাৰত নহয়! ভাৰতত চিংৰাৰ জনপ্ৰিয়তাৰ আঁৰত আছে এক দীঘলীয়া ইতিহাস।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5