5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Sani dev:হ’ব পৰিবৰ্তন! এই কেইটা ৰাশিৰ কপাল ফুলাব শনিদেৱে, হ’ব সা-সম্পত্তি, চাকৰি…

জ্যোতিষ শাস্ত্ৰত শনিদেৱক গুৰুত্বপূৰ্ণ গ্ৰহ হিচাপে গন্য কৰা হয়।শনি সকলোতকৈ লাহে লাহে গতি কৰে আৰু এটা ৰাশিত কমেও আঢ়ৈ বছৰ থাকে। দ্বিতীয়বাৰৰ বাবে সেই ৰাশিটোত আহিবলৈ শনিক ৩০ বছৰ লাগে।

barasha-sarma
Barasha Sarma | Published: 17 Oct 2024 13:53 PM
জ্যোতিষ শাস্ত্ৰত শনিদেৱক গুৰুত্বপূৰ্ণ গ্ৰহ হিচাপে গন্য কৰা হয়।শনি সকলোতকৈ লাহে লাহে গতি কৰে আৰু এটা ৰাশিত কমেও আঢ়ৈ বছৰ থাকে। দ্বিতীয়বাৰৰ বাবে সেই ৰাশিটোত আহিবলৈ শনিক ৩০ বছৰ লাগে। শনিক আটাইতকৈ নিষ্ঠুৰ গ্ৰহ আৰু কৰ্মৰ ফলাফলৰ দাতা বুলি কোৱা হয়। যোৱা জুনত শনি ব্ৰকীত আছিল আৰু নৱেম্বৰত মাৰ্গীত আহিব। এই সময়ত শনিয়ে কুম্ভ ৰাশিত পোন দিশত গতি কৰিবলৈ আৰম্ভ কৰিব। শনিৰ প্ৰত্যক্ষ গতি বহু ৰাশিৰ বাবে এক আশীৰ্বাদ  হ’ব।

1 / 5
শনি গ্ৰহ ৩০ জুনত কুম্ভত বক্ৰীত গতি কৰিছিল। ইয়াৰ পাছত ১৫ নৱেম্বৰৰ সন্ধিয়া ৭ বাজি ৫১ মিনিটলৈ শনি গ্ৰহ মাৰ্গী হৈ কুম্ভ ৰাশিত প্ৰত্যক্ষভাৱে চলিব। ইয়াৰ বাবে শনিৰ ভাল প্ৰভাৱ কিছু ৰাশিৰ ওপৰত পৰিব।

2 / 5
মেঘ ৰাশিৰ বাবে শনি শুভ থাকিব। এই ৰাশিৰ জাতক-জাতিকাৰ ব্যৱসায়ত সফলতা লাভ কৰিব আৰু ব্যক্তিগত জীৱনটো ভাল হ'ব। ১৫ নৱেম্বৰৰ পিছৰ সময়খিনি কন্যা ৰাশিৰ বাবে অত্যন্ত শুভ। দীৰ্ঘদিন ধৰি বাকী থকা কাম সম্পূৰ্ণ হ’ব, ইয়াৰ উপৰিও আপুনি মানসিক চাপৰ পৰাও সকাহ পাব। পৰিয়ালত সুখ বাঢ়িব আৰু পাৰস্পৰিক মতানৈক্যৰ অন্ত পৰিব।

3 / 5
শনিৰ প্ৰত্যক্ষ গতি মকৰ ৰাশিৰ লোকৰ বাবে কঢ়িয়াই আনিছে শুভ বাৰ্তা। এই সময়চোৱাত এই ৰাশিৰ জাতক জাতিকাই আৰ্থিক সফলতা লাভ কৰিব। চাকৰি বিচৰা লোকসকলৰ বাবেও ভাল। অৱশ্যে অলপ বেছি কষ্ট কৰিব লাগিব পাৰে।

4 / 5
শনি গ্ৰহ প্ৰত্যক্ষভাৱে ঘূৰিলে বৃষ, মিথুন, কৰ্কট ৰাশিৰ লোকৰ সমস্যা বাঢ়িব পাৰে। এই ৰাশিৰ লোকসকলৰ বাবে শনি প্ৰত্যক্ষ হোৱাৰ বাবে সম্পত্তি, শহুৰেকৰ সৈতে সম্পৰ্ক আৰু বহুতো ঘটনাৰ প্ৰভাৱ পৰিব পাৰে। বহুতো গুৰুতৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। ব্যক্তিগত জীৱনত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

5 / 5
Latest Stories