Sani dev:হ'ব পৰিবৰ্তন! এই কেইটা ৰাশিৰ কপাল ফুলাব শনিদেৱে, হ'ব সা-সম্পত্তি, চাকৰি... | sani dev margi 2024 good for some rashis know in details Assam news - Assam Tv9

Sani dev:হ’ব পৰিবৰ্তন! এই কেইটা ৰাশিৰ কপাল ফুলাব শনিদেৱে, হ’ব সা-সম্পত্তি, চাকৰি…

Published: 

17 Oct 2024 13:53 PM

জ্যোতিষ শাস্ত্ৰত শনিদেৱক গুৰুত্বপূৰ্ণ গ্ৰহ হিচাপে গন্য কৰা হয়।শনি সকলোতকৈ লাহে লাহে গতি কৰে আৰু এটা ৰাশিত কমেও আঢ়ৈ বছৰ থাকে। দ্বিতীয়বাৰৰ বাবে সেই ৰাশিটোত আহিবলৈ শনিক ৩০ বছৰ লাগে।

1 / 5জ্যোতিষ

জ্যোতিষ শাস্ত্ৰত শনিদেৱক গুৰুত্বপূৰ্ণ গ্ৰহ হিচাপে গন্য কৰা হয়।শনি সকলোতকৈ লাহে লাহে গতি কৰে আৰু এটা ৰাশিত কমেও আঢ়ৈ বছৰ থাকে। দ্বিতীয়বাৰৰ বাবে সেই ৰাশিটোত আহিবলৈ শনিক ৩০ বছৰ লাগে। শনিক আটাইতকৈ নিষ্ঠুৰ গ্ৰহ আৰু কৰ্মৰ ফলাফলৰ দাতা বুলি কোৱা হয়। যোৱা জুনত শনি ব্ৰকীত আছিল আৰু নৱেম্বৰত মাৰ্গীত আহিব। এই সময়ত শনিয়ে কুম্ভ ৰাশিত পোন দিশত গতি কৰিবলৈ আৰম্ভ কৰিব। শনিৰ প্ৰত্যক্ষ গতি বহু ৰাশিৰ বাবে এক আশীৰ্বাদ হ’ব।

2 / 5

শনি গ্ৰহ ৩০ জুনত কুম্ভত বক্ৰীত গতি কৰিছিল। ইয়াৰ পাছত ১৫ নৱেম্বৰৰ সন্ধিয়া ৭ বাজি ৫১ মিনিটলৈ শনি গ্ৰহ মাৰ্গী হৈ কুম্ভ ৰাশিত প্ৰত্যক্ষভাৱে চলিব। ইয়াৰ বাবে শনিৰ ভাল প্ৰভাৱ কিছু ৰাশিৰ ওপৰত পৰিব।

3 / 5

মেঘ ৰাশিৰ বাবে শনি শুভ থাকিব। এই ৰাশিৰ জাতক-জাতিকাৰ ব্যৱসায়ত সফলতা লাভ কৰিব আৰু ব্যক্তিগত জীৱনটো ভাল হ'ব। ১৫ নৱেম্বৰৰ পিছৰ সময়খিনি কন্যা ৰাশিৰ বাবে অত্যন্ত শুভ। দীৰ্ঘদিন ধৰি বাকী থকা কাম সম্পূৰ্ণ হ’ব, ইয়াৰ উপৰিও আপুনি মানসিক চাপৰ পৰাও সকাহ পাব। পৰিয়ালত সুখ বাঢ়িব আৰু পাৰস্পৰিক মতানৈক্যৰ অন্ত পৰিব।

4 / 5

শনিৰ প্ৰত্যক্ষ গতি মকৰ ৰাশিৰ লোকৰ বাবে কঢ়িয়াই আনিছে শুভ বাৰ্তা। এই সময়চোৱাত এই ৰাশিৰ জাতক জাতিকাই আৰ্থিক সফলতা লাভ কৰিব। চাকৰি বিচৰা লোকসকলৰ বাবেও ভাল। অৱশ্যে অলপ বেছি কষ্ট কৰিব লাগিব পাৰে।

5 / 5

শনি গ্ৰহ প্ৰত্যক্ষভাৱে ঘূৰিলে বৃষ, মিথুন, কৰ্কট ৰাশিৰ লোকৰ সমস্যা বাঢ়িব পাৰে। এই ৰাশিৰ লোকসকলৰ বাবে শনি প্ৰত্যক্ষ হোৱাৰ বাবে সম্পত্তি, শহুৰেকৰ সৈতে সম্পৰ্ক আৰু বহুতো ঘটনাৰ প্ৰভাৱ পৰিব পাৰে। বহুতো গুৰুতৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। ব্যক্তিগত জীৱনত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

Latest Stories
ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব ৰাজ্যিক বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই
Kali Puja 2024 Date & Time: কালী পূজাৰ অমাৱস্যা তিথি কেতিয়া লাগিব? এই বছৰ কালী পূজাৰ শুভ সময়ৰ বিষয়ে জানক
বিৰাট কোহলিৰ বেটিং অৰ্ডাৰ কিয় সলনি হ’ল ক’লে ৰোহিত শৰ্মাই, ৪৬ ৰানত আউট হোৱাৰ পিছত ক’লে এই ৪টা ডাঙৰ কথা
গুৱাহাটীৰ ED কাৰ্যালয়ত বলিউডৰ অভিনেত্রী তমন্না ভাটিয়া! ৭ ঘণ্টা ধৰি EDয়ে চলালে জেৰা
Kati Bihu 2024: পৰম্পৰা ৰক্ষা কৰি ৰাজ্যবাসীয়ে পালন কৰিলে কাতি বিহু! ৰাইজৰ সৈতে বন্তি প্ৰজ্জ্বলন মন্ত্ৰী-বিধায়কৰ
Kati Bihu: বাপতিসাহোন কাতি বিহুৰ পৰম্পৰা ৰক্ষা কৰি তুলসী তলত চাকি দিলে আইমী বৰুৱাই, সন্তানৰ সৈতে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো
ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?
ড্ৰেগন ফলত কি ভিটামিন থাকে? বিশেষজ্ঞৰ পৰা জানক
কাতি মাহত তুলসী পূজা কেনেদৰে কৰিব? নকৰিব এই ভুল!
কোন দিশত ভৰি দি শুব নালাগে? জানক বাস্তু শাস্ত্ৰৰ নিয়ম