শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মহাকুম্ভৰ আধ্যাত্মিক পৰিৱেশত সীমান্ত শেখৰ, আচাৰ্য স্বামী শ্ৰী শংকৰাচাৰ্যৰ আশীৰ্বাদ লৈ অংশগ্ৰহণ কৰে মহাৰুদ্ৰ যজ্ঞত

প্ৰয়াগৰাজত অনুষ্ঠিত হোৱা মহাকুম্ভ মেলাত পৰিয়ালসহ অংশগ্ৰহণ কৰিছে সীমান্ত শেখৰে। তাত আচাৰ্য স্বামী শ্ৰী শংকৰাচাৰ্যৰ আশীৰ্বাদ লৈ অংশগ্ৰহণ কৰিছে মহাৰুদ্ৰ যজ্ঞত। মহাকুম্ভত উপস্থিত হৈ সামাজিক মাধ্যমত কি লিখিলে সীমান্তই?

barasha-misra
Barasha Misra | Updated On: 21 Feb 2025 18:30 PM
অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকল ভিতৰত অন্যতম সীমান্ত শেখৰ। বৰ্তমান অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপে কাম কৰি গৈছে কণ্ঠশিল্পীগৰাকীয়ে। (Image Credit source: Social Media)

1 / 5
প্ৰয়াগৰাজত অনুষ্ঠিত হোৱা মহাকুম্ভ মেলাত পৰিয়ালসহ অংশগ্ৰহণ কৰিছে সীমান্তই। তাত আচাৰ্য স্বামী শ্ৰী শংকৰাচাৰ্যৰ আশীৰ্বাদ লৈ অংশগ্ৰহণ কৰিছে মহাৰুদ্ৰ যজ্ঞত। (Image Credit source: Social Media)

2 / 5
সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰি সীমান্তই লিখিছে- "পূণ্যভূমি প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত উপস্থিত হৈ আজি আচাৰ্য স্বামী শ্ৰী শংকৰাচাৰ্য জীৰ শিবিৰত তেখেতৰ আশীৰ্বাদ লৈ এখনি মহাৰুদ্ৰ যজ্ঞত সপৰিয়ালে অংশগ্ৰহণ কৰোঁ। বিশ্বশান্তিৰ লগতে প্ৰতিগৰাকী ব্যক্তিৰ সুখ-শান্তিৰ কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাওঁ।"(Image Credit source: Social Media)

3 / 5
ব্যক্তিগত আৰু পেছাদাৰী জীৱনক সদায় পৃথক কৰি ৰাখি আগবাঢ়ি গৈছে সীমান্ত। সীমান্তৰ প্ৰতিটো কামত সহায়ৰ হাতখন আগবঢ়াই দিয়ে পত্নী প্ৰীতি কংগনাই। (Image Credit source: Social Media)

4 / 5
অসমীয়া আৰু দাক্ষিণাত্যৰ বিভিন্ন ছবিত অভিনয় কৰিছে প্ৰীতি কংগনাই। মহাকুম্ভ যাত্ৰাৰ প্ৰথমদিনা মা গঙ্গাৰ পাৰত কিছু পূজা-অৰ্চনা কৰি আৰু মহাকুম্ভৰ আধ্যাত্মিক পৰিৱেশৰ মাজত বিলীন হয় সীমান্ত। (Image Credit source: Social Media)

5 / 5