শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Diganta Bharati: অপমানিত কণ্ঠশিল্পী দিগন্ত ভাৰতী! চানমাৰিৰ বিহু মঞ্চত গীত পৰিৱেশন কৰিবলৈ মাতি অপদস্থ কৰাৰ অভিযোগ, জানক প্ৰকৃত ঘটনা

বুধবাৰে মহানগৰীৰ চানমাৰিৰ বিহু মঞ্চত পত্নী ভাস্বতী ভাৰতীৰ গীত উপভোগ কৰিবলৈ উপস্থিত হৈছিল দিগন্ত ভাৰতী। য'ত দিগন্ত ভাৰতীক মঞ্চত দেখা পাই গীত পৰিৱেশনৰ বাবে নিমন্ত্ৰণ জনাইছিল আয়োজকে। কিন্তু এই অনুষ্ঠানতে সংঘটিত হয় এই ঘটনা।

barasha-misra
Barasha Misra | Updated On: 17 Apr 2025 09:54 AM
কণ্ঠশিল্পী দিগন্ত ভাৰতীক অপদস্থ! পূৱ গুৱাহাটীৰ বিহু মঞ্চত গীত পৰিৱেশন কৰিবলৈ মাতি অপদস্থ কৰাৰ অভিযোগ।

1 / 5
তথ্যনুসৰি, বুধবাৰে মহানগৰীৰ চানমাৰিৰ বিহু মঞ্চত পত্নী ভাস্বতী ভাৰতীৰ গীত উপভোগ কৰিবলৈ উপস্থিত হৈছিল দিগন্ত ভাৰতী। য'ত দিগন্ত ভাৰতীক মঞ্চত দেখা পাই গীত পৰিৱেশনৰ বাবে নিমন্ত্ৰণ জনাইছিল আয়োজকে। কিন্তু এই অনুষ্ঠানতে সংঘটিত হয় এই ঘটনা।

2 / 5
আয়োজকে শিল্পীগৰাকীৰ হাতৰ পৰা মাইক্ৰ'ফোন কাঢ়ি নিয়ে। জিন্স পিন্ধি মঞ্চত উঠাৰ বাবেই চৰম অপমান কণ্ঠশিল্পী দিগন্ত ভাৰতীক।

3 / 5
অত্যাধিক সুৰাপান কৰি স্বামীক অপমান কৰাৰ অভিযোগ পত্নী ভাস্বতী ভাৰতীৰ। পত্নীয়ে কয়, "আয়োজকে মঞ্চলৈ গীত পৰিৱেশন কৰিবলৈ মাতি গামোচাৰে সম্বৰ্ধনা যাচি কিয় অপমান কৰিছে। যদি গাবলৈ নিদিয়ে তেন্তে নামাতিলে হয়।"

4 / 5
দিগন্ত ভাৰতী অসমৰ এজন কণ্ঠশিল্পীৰ লগতে সুৰকাৰ। নতুন প্ৰজন্মৰ বহুকেইজন কণ্ঠশিল্পীয়ে তেওঁৰ ওচৰত সংগীত শিকি আজি জনপ্ৰিয় হৈ পৰিছে। অ' মোৰ ল'ৰাৰ মাক, মনলৈ উভতি আহে ল'ৰালি শীৰ্ষক বহু জনপ্ৰিয় গীতত কণ্ঠদান কৰিছে।

5 / 5