শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মই সম্পদো, বিপদো, মই বাঘ পুহিছোঁ: ভাস্কৰজ্যোতি মহন্তৰ পৰামৰ্শক লৈ এইদৰে ক’লে জুবিনে…

মহানগৰীৰ বামুনিমৈদামৰ নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনীৰ বাকৰিত শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ উদ্যোগত ৱেব পৰ্টেল 'সক্ষম'ৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে জুবিন গাৰ্গ। অনুষ্ঠানত উপস্থিত থাকি জুবিনক কেইবাটাও পৰামৰ্শ দিলে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত। প্ৰত্যুত্তৰত জুবিনেও কৈ গ'ল বহু কথা....

trishna-kalita
Trishna Kalita | Updated On: 11 Jan 2025 13:49 PM
জুবিন গাৰ্গক পাগলামি কমাবলৈ পৰামৰ্শ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ৷ তেওঁ কয়,  "জুবিনে এতিয়া পাগলামি নকৰে। এতিয়া অসমৰ দ্বায়িত্ব আপোনাৰ ওপৰত। সাৱধান হ'ব লাগিব।"

1 / 5
ইয়াৰ প্ৰত্যুত্তৰত  জুবিন গাৰ্গে কয়, আজিকালি ইমান নকৰো। কেতিয়াবা দৰকাৰ হ'লে কৰি দিও। মই সম্পদো বিপদো।"

2 / 5
অনুষ্ঠানত জুবিনে কয়,"মই বাঘ পুহিছোঁ। ২ বছৰৰ পৰা মই বাঘ পুহি আছোঁ। হৰিণ পুহিছোঁ। ময়ূৰ পুহিছোঁ। মোৰ এখন মিনি জু আছে।"

3 / 5
কণ্ঠশিল্পীগৰাকীয়ে কয়, "বহু মানুহ ডাঙৰ ডাঙৰ বেমাৰ লৈ মোৰ ওচৰলৈ আহে।  কিন্তু মই কিমান সহায় কৰিম? মই যিমান পাৰো সহায় কৰো।"

4 / 5
তেওঁ "মই যিমান পইচা পাও আধা মানুহক বিলাই দিও। যিখিনি মোক চলিবলৈ লাগে সিমানখিনি থাকিলে হ'ল।"

5 / 5
Latest Stories