ৰে'ল যাত্ৰাৰ সময়ত ষ্টেচন এৰি যোৱাৰ ভয় থাকিলে মেছেজ কৰক এই নম্বৰত | Sleep Peacefully In Train, Indian Railways Helpline Number 139 Will Wake You Up Before Station Assam news - Assam Tv9

Indian Railways: ৰে’ল যাত্ৰাৰ সময়ত ষ্টেচন এৰি যোৱাৰ ভয় থাকিলে মেছেজ কৰক, ৰে’লৱেৰ হেল্পলাইন নম্বৰ মুকলি

Updated On: 

08 Jun 2024 21:10 PM

Indian Railways: ৰে'ল বহুতে নুশুৱে । কিয়নো তেওঁলোকে চিন্তা কৰে যে, যদি তেওঁলোকে কোনো নিৰ্দিষ্ট ষ্টেচনত সাৰ নাপায়? কিন্তু এতিয়া চিন্তাৰ কোনো কাৰণ নাই। আপোনাক সহায় কৰিব ভাৰতীয় ৰে'লৱেয়ে । মাত্ৰ মেছেজ কৰক এই নম্বৰত...

1 / 7বিচনাত

বিচনাত পৰিলে টোপনি যায় নেকি? কিয়নো বিচনাত পৰিলেই টোপনি যোৱা মানুহৰ ৰে'লত বহুত সমস্যা হয়।

2 / 7

দীৰ্ঘ দূৰত্বৰ ৰে'ল যাত্ৰাৰ ক্ষেত্ৰত তেওঁলোকে চিন্তা কৰে যে, যদি তেওঁলোকে কোনো নিৰ্দিষ্ট ষ্টেচনত সাৰ নাপায়? এই ভয়ৰ বাবেই বহু লোকে ৰাতি ৰে'লত নুশুৱে।

3 / 7

এতিয়াৰে পৰা ভাৰতীয় ৰেলৱেই আপোনাক ৰে'লত জগাই দিয়াৰ দায়িত্ব ল’ব। ইয়াৰ বাবে আপুনি মাত্ৰ এটা কাম কৰিব লাগিব। ৰে'লত উঠাৰ আগতে ১৩৯ নম্বৰত মেছেজ কৰিব লাগিব।

4 / 7

ইয়াত আপুনি আপোনাৰ পছন্দৰ ভাষা নিৰ্বাচন কৰিব লাগিব, আপুনি যাবলগীয়া ৰে'লখনৰ ১০ সংখ্যাৰ পিএনআৰ নম্বৰ আৰু আপুনি নামিব পৰা ষ্টেচনটো দিব লাগিব।

5 / 7

যদি ১৩৯ নম্বৰত বাৰ্তা প্ৰেৰণ কৰে। তেনেহ'লে ৰে'লৱেয়ে আপোনাক জগাই দিব । ষ্টেচন পোৱাৰ ২০ মিনিট আগতেই আপোনাৰ ফোনটোত এলাৰ্মিং আৰম্ভ হ’ব।

6 / 7

ফলত ৰে'লত আৰামত শুব পাৰিব। ষ্টেচন এৰি যোৱাৰ কোনো ভয় নাথাকিব।

7 / 7

লগতে ৰে'লযোগে যাত্ৰা কৰাৰ সময়ত যদি আন কোনো সেৱা বা সহায়ৰ প্ৰয়োজন হয় তেন্তে "Rail Madad" ৱেবছাইটত গৈ অভিযোগ কৰিব পাৰে বা সহায় বিচাৰিব পাৰে।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?