বনভোজকাৰীৰ বাবে অসম আৰক্ষীৰ বিশেষ নিৰ্দেশনা, কি কি ক্ষেত্ৰত আৰোপ কৰা হৈছে নিষেধাজ্ঞা? | SOP issued for picnic parties by Assam Police Assam news - Assam Tv9

বনভোজকাৰীৰ বাবে অসম আৰক্ষীৰ বিশেষ নিৰ্দেশনা, কি কি ক্ষেত্ৰত আৰোপ কৰা হৈছে নিষেধাজ্ঞা?

Published: 

19 Dec 2024 10:24 AM

Picnic SOP: বনভোজক লৈ চৰকাৰৰ নিৰ্দেশনা বনভোজক লৈ নিৰ্দেশনা জাৰি কৰিছে অসম আৰক্ষীয়ে। বনভোজৰ সময়ত দুৰ্ঘটনা ৰোধৰ লক্ষ্যৰে নিৰ্দেশনা জাৰি কৰা হৈছে এইসমূহ নিৰ্দেশনা। কি কি কৰিব নোৱাৰিব বনভোজৰ দলসমূহে?

1 / 5 এতিয়া বনভোজৰ বতৰ। পৰিয়াল অথবা বন্ধুৰ সৈতে আপুনিও ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি? তাৰ পূৰ্বে জানি লওক অসম আৰক্ষীৰ নিৰ্দেশনা...

এতিয়া বনভোজৰ বতৰ। পৰিয়াল অথবা বন্ধুৰ সৈতে আপুনিও ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি? তাৰ পূৰ্বে জানি লওক অসম আৰক্ষীৰ নিৰ্দেশনা...

2 / 5

বনভোজথলীত সুৰা, ড্ৰাগছ সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা। কোনো বনভোজকাৰীয়ে কৰিব নোৱাৰিব সুৰাপান।

3 / 5

অতিৰিক্ত বোজাই কৰিব নোৱাৰিব বনভোজৰ বাহনত। বহু সময়ত বনভোজকাৰীৰ বাহনসমূহত অতিৰিক্ত লোক বিপজ্জনকভাৱে উঠি যোৱা পৰিলক্ষিত হয় ।

4 / 5

বনভোজকাৰীৰ বাহন হিচাপে নিব নোৱাৰিব মালবাহী বাহন।

5 / 5

লগতে যাত্ৰাপথত উচ্চস্বৰত শব্দযন্ত্ৰ বজোৱাত আৰোপ কৰা হৈছে নিষেধাজ্ঞা।

২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...
ফাইনেলত জয়ী হোৱাৰ পাছতো ভাৰতে চেম্পিয়নছ ট্ৰফী দেশলৈ আনিব নোৱাৰে, কাৰণ জানেনে?
বৰপেটাৰ দৌলযাত্ৰা মহোৎসৱৰ আলু ভাজা আৰু ৰাঙা ডিমাৰ বিশেষত্ব জানক