মৌনী ৰয়ক এই শাড়ীৰ লুকটো অতি আকৰ্ষণীয় । অভিনেত্ৰীগৰাকীয়ে বিশেষ ডিজাইনৰ ব্লাউজৰ লগত পাতল ওজনৰ গহনা, নূন্যতম মেকআপ আৰু হাতত খাৰু পিন্ধি লুকটো সম্পূৰ্ণ কৰিছে। দুৰ্গা পূজালৈ যাওঁতে আপুনি অভিনেত্ৰীগৰাকীৰ এই লুকটোৰ পৰা টিপছ ল'ব পাৰে। ( Credit : imouniroy )