দুৰ্গা পূজা উপলক্ষে বঙালী ষ্টাইলত শাড়ী পিন্ধিব বিচাৰিছে নেকি? এই অভিনেত্ৰীসকলৰ পৰা ল'ব পাৰে ফেশ্বন টিপছ | styling tips actresses saree designs take ideas for durga puja 2024 Assam news - Assam Tv9

দুৰ্গা পূজা উপলক্ষে বঙালী ষ্টাইলত শাড়ী পিন্ধিব বিচাৰিছে নেকি? এই অভিনেত্ৰীসকলৰ পৰা ল’ব পাৰে ফেশ্বন টিপছ

Updated On: 

09 Oct 2024 12:12 PM

শাৰদীয়া নৱৰাত্ৰিৰ ৯ দিনত ৯টা ৰুপত দেৱী দুৰ্গাৰ পূজা কৰা হয়। লগতে শেষৰ ৫ দিনত ডাঙৰ পেণ্ডেল তথা শক্তিপীঠসমূহত দুৰ্গা পূজাৰ আয়োজন কৰা হয়। পূজালৈ যাওঁতে আপুনি এই অভিনেত্ৰীসকলৰ পৰা বঙালী ষ্টাইলত শাড়ী পিন্ধাৰ টিপছ ল'ব পাৰে।

1 / 5আপুনি

আপুনি দুৰ্গা পূজাৰ বাবে টিভি অভিনেত্ৰী টিনা দত্তৰ এই লুকটো অনুসৰণ কৰিব পাৰে পাৰে। ইয়াত অভিনেত্ৰীগৰাকীয়ে বঙালী ষ্টাইলৰ শাড়ী পৰিধান কৰিধান। শাড়ী সৈতে টিনাই সোণালী গহনা আৰু হাতত ৰঙা ৰঙৰ খাৰু পিন্ধিছে । লগতে নূন্যতম মেকআপ আৰু খুলি থোৱা চুলিয়ে লুকটো অধিক আকৰ্ষণীয় কৰি তুলিছে। ( Credit : tinadatta )

2 / 5

পূজা বেনাৰ্জীৰ বঙালী শাড়ী এই লুকটো দুৰ্গা পূজাৰ বাবে ভাল লাগিব। অভিনেত্ৰীগৰাকীক এই শাড়ীখনত বহুত ধুনীয়া দেখাইছে। তেওঁৰ দীপ নেক ব্লাউজ ডিজাইন, কাৰ্ল হেয়াৰষ্টাইল আৰু ষ্টাইলিছ কাণফুলিৰ সৈতে লুকটো সম্পূৰ্ণ কৰিছে। ( Credit : banerjeepuja )

3 / 5

ৰূপালী গাংগুলীক এই বঙালী ষ্টাইলৰ শাড়ীৰ লুকটোত আকৰ্ষণীয় দেখা হৈছে । অভিনেত্ৰীগৰাকীয়ে বিশেষ ডিজাইনৰ ব্লাউজৰ লগত নিম্নতম মেকআপ আৰু পাতল ওজনৰ গহনা পিন্ধিছে। আপুনি অভিনেত্ৰীগৰাকীৰ দৰে শাড়ীৰ ষ্টাইল কেৰী কৰিব পাৰিব। ( Credit : rupaliganguly )

4 / 5

মৌনী ৰয়ক এই শাড়ীৰ লুকটো অতি আকৰ্ষণীয় । অভিনেত্ৰীগৰাকীয়ে বিশেষ ডিজাইনৰ ব্লাউজৰ লগত পাতল ওজনৰ গহনা, নূন্যতম মেকআপ আৰু হাতত খাৰু পিন্ধি লুকটো সম্পূৰ্ণ কৰিছে। দুৰ্গা পূজালৈ যাওঁতে আপুনি অভিনেত্ৰীগৰাকীৰ এই লুকটোৰ পৰা টিপছ ল'ব পাৰে। ( Credit : imouniroy )

5 / 5

ইয়াত দেৱলীনা ভট্টাচাৰ্যই প্ৰিণ্টেড বগা ৰঙৰ শাড়ীৰ সৈতে মিলাকৈ ৰঙা ৰঙৰ কনষ্ট্ৰাষ্ট ব্লাউজ পিন্ধিছে। আপুনি দুৰ্গা পূজাত এনেকুৱাকৈও শাড়ী পিন্ধিব পাৰে। শাড়ী সৈতে দেৱলীনাই ডিঙিত এটা দীঘল নেকলেস আৰু পাতল কাণফুলিৰে লুকটো সম্পূৰ্ণ কৰিছে। অভিনেত্ৰীগৰাকীৰ এই শাৰী লুকটো সৰল আৰু ষ্টাইলিষ্ট। ( Credit : devoleena )

Latest Stories
ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব ৰাজ্যিক বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই
Kali Puja 2024 Date & Time: কালী পূজাৰ অমাৱস্যা তিথি কেতিয়া লাগিব? এই বছৰ কালী পূজাৰ শুভ সময়ৰ বিষয়ে জানক
বিৰাট কোহলিৰ বেটিং অৰ্ডাৰ কিয় সলনি হ’ল ক’লে ৰোহিত শৰ্মাই, ৪৬ ৰানত আউট হোৱাৰ পিছত ক’লে এই ৪টা ডাঙৰ কথা
গুৱাহাটীৰ ED কাৰ্যালয়ত বলিউডৰ অভিনেত্রী তমন্না ভাটিয়া! ৭ ঘণ্টা ধৰি EDয়ে চলালে জেৰা
Kati Bihu 2024: পৰম্পৰা ৰক্ষা কৰি ৰাজ্যবাসীয়ে পালন কৰিলে কাতি বিহু! ৰাইজৰ সৈতে বন্তি প্ৰজ্জ্বলন মন্ত্ৰী-বিধায়কৰ
Kati Bihu: বাপতিসাহোন কাতি বিহুৰ পৰম্পৰা ৰক্ষা কৰি তুলসী তলত চাকি দিলে আইমী বৰুৱাই, সন্তানৰ সৈতে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো
কিমানলৈকে পঢ়িছিল মহম্মদ চিৰাজে, DSP হিচাপে কিমান পাব দৰমহা?
মাত্ৰ ২৩ ৰানেৰে গাংগুলী-দ্ৰাবিড়ক অতিক্ৰম কৰি অনন্য কৃতিত্ব ৰোহিত-কোহলীৰ
সুনীল গাভাস্কাৰক অতিক্ৰম কৰি বেংগালুৰুৰ ষ্টেডিয়ামত ৰোহিত শৰ্মাই ৰচিলে ইতিহাস
ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?