5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Sumi Borah and Tarkik Borah: জামিন নাকচ চুমি-বিশাল-তাৰ্কিকৰ! কি হ’ব চুমি-বিশাল-তাৰ্কিকসহ ৮ অভিযুক্তৰ?

৩দিনৰ CBIৰ জিম্মালৈ চুমি-বিশাল-তাৰ্কিকসহ ৮ অভিযুক্তক। ৩৫৪/২৪ নম্বৰ গোচৰৰ ভিত্তিত আদালতে CBIৰ জিম্মালৈ প্ৰেৰণ কৰিছে আটাইকেইগৰাকীকে। শনিবাৰে পুনৰ আদালতত হাজিৰ কৰিব আটাইকেইজন অভিযুক্তক।

barasha-misra
Barasha Misra | Updated On: 30 Oct 2024 23:10 PM
চৰ্চাৰ অৱসান ঘটা নাই চুমি-তাৰ্কিক আৰু বিশালৰ। ৩দিনৰ CBIৰ জিম্মালৈ চুমি-বিশাল-তাৰ্কিকসহ ৮ অভিযুক্তক। শনিবাৰে পুনৰ হাজিৰ কৰোৱা হব CBI আদালতত।

1 / 5
আনৰ টকাৰে ব্ৰেণ্ডেড কাপোৰ, লাক্সাৰী জীৱনৰ লগতে চুমিয়ে ব্যৱহাৰ কৰা প্ৰতিটো বস্তুতে আছিল কেৱল বিলাসিতা আৰু বিলাসিতা। কিন্তু এতিয়াও মুকলি আকাশৰ তলত ওলাব পৰা নাই এজনো।

2 / 5
৩৫৪/২৪ নম্বৰ গোচৰৰ ভিত্তিত আদালতে CBIৰ জিম্মালৈ প্ৰেৰণ কৰিছে আটাইকেইগৰাকীক। ১২ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ হৈছিল চুমি বৰা আৰু তাৰ্কিক বৰা। কোটি-কোটি টকাৰ প্ৰৱঞ্চনাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চুমি বৰা আৰু স্বামী তাৰ্কিক বৰাক।

3 / 5
শনিবাৰে বিয়লি ৩ বজাত অনলাইন ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত চুমিৰ লগতে বিশাল ফুকন, তাৰ্কিক বৰা, অম্লান বৰা, ৰণজিৎ কাকতি, অভিজিৎ ছন্দ, শোভনজ্যোতি কুৰ্মী আৰু চন্দন নাথক মহানগৰ আদালতত মহানগৰ আৰক্ষীৰ হাতত গতাই ডিব্ৰুগড় আৰক্ষীৰ দল ৰাওনা হয়।

4 / 5
ইফালে সুদীৰ্ঘ দুমাহৰ পিছত গোৱাত আৰক্ষীৰ জালত পৰিছিল কোটি টকা লুটি আত্মগোপন কৰি থকা মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মন। দীপাংকৰ বৰ্মনক ৭ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। আৰক্ষীয়ে দীপাংকৰক বিচাৰিছিল ১৪ দিনৰ জিম্মাত। আজি প্ৰৱঞ্চনাৰ বলি হোৱা বহুলোকে টকা বিচাৰি ভিৰ কৰিছে আদালতৰ দ্বাৰত।

5 / 5
Latest Stories